অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কমলাপুৰ ৰেল ষ্টেচন

কমলাপুৰ ৰেল ষ্টেচন (বাংলা: কমলাপুৰ ৰেলওয়ে ষ্টেশন) হৈছে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱস্থিত কেন্দ্ৰীয় ৰেল ষ্টেচন; যাক প্ৰাতিষ্ঠানিকভাবে ঢাকা ৰেল ষ্টেচন বুলি জনা যায়। এইটো দেশৰ আটাইতকৈ ডাঙৰ ষ্টেচন আৰু পৰিবহণৰ ক্ষেত্ৰত ব্যস্ততম আন্তঃগাঁথনি। কমলাপুৰ ৰেল ষ্টেচন ৰাজধানীৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২০ আগষ্ট ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কমলাপুৰ ৰেল ষ্টেচন (বঙালী ভাষা: কমলাপুৰ ৰেলওয়ে ষ্টেশন) হৈছে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱস্থিত কেন্দ্ৰীয় ৰেল ষ্টেচন; যাক প্ৰাতিষ্ঠানিকভাবে ঢাকা ৰেল ষ্টেচন বুলি জনা যায়। এইটো দেশৰ আটাইতকৈ ডাঙৰ ষ্টেচন আৰু পৰিবহণৰ ক্ষেত্ৰত ব্যস্ততম আন্তঃগাঁথনি। কমলাপুৰ ৰেল ষ্টেচন ৰাজধানীৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ইয়াক ইয়াৰ প্ৰতিষ্ঠাৰ দশকৰ আধুনিক আৰু আকৰ্ষণীয় ভৱনসমূহৰ এটা বুলিও গণ্য কৰা হয়। ইয়াক ১৯৬৮ চনৰ ১ মে' তাৰিখে মুকলি কৰা হৈছিল।১২৩৪

অধিক পঢ়ক

  • Mahbubur Rahman
  • James-Chakraborty, Kathleen. (2014). Reinforced concrete in Louis Kahn's National Assembly, Dhaka: Modernity and modernism in Bangladeshi architecture. Frontiers of Architectural Research. পৃ. 81–88
  • Daniel Dunham, Pioneer of Modern Architecture in Bangladesh by Rafique Islam pages 83–90

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ahmed, Zafar. (30 November 2022). ‘All roads lead to Kamalapur’: how the Dhaka area is set to be transformed into a multimodal transport hub. Bdnews24.com
  2. ↑ Quazi Abul Fida
  3. ↑ (31 January 2021). কমলাপুৰ ৰেলষ্টেশন ভাঙাৰ সিদ্ধান্ত. Manab Zamin
  4. ↑ Morshed, Adnan Zillur. (24 July 2017). A quiet masterpiece that serves as Dhaka's gateway. The Daily Star

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলাপুৰ ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৫৩৪১০৯ (২০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।