অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কংগো নদী

কংগো নদী (also known as the Zaire River; (le) fleuve Congo / Zaïre; rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷ কংগো নদীৰ…

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৩৩
সংশোধনৰ পৰামৰ্শ

কংগো নদী (also known as the Zaire River; (le) fleuve Congo / Zaïre; rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷১

কংগো নদীৰ মূঠ দৈৰ্ঘ্য প্ৰায় 4700 কি.মি.৷ বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নদীৰ স্থান নৱম৷ কংগো অৱবাহিকা (Congo Basin) মুঠ কালি প্ৰায় চাৰি মিলিয়ন বৰ্গ কিলোমিটাৰ, যি আফ্ৰিকাৰ মুঠ মাটিকালিৰ ১৩% অধিকাৰ কৰি ৰাখিছে৷

উপনৈসমূহ

Course and Drainage basin of the Congo River with topography shading.
Course and Drainage basin of the Congo River with topography shading.ছবি: Imagico · CC BY-SA 2.5

নিম্ন কংগো (Lower Congo) এই অংশত গুৰুত্বপূৰ্ণ উপনৈ কেৱল এখনেই৷

  • Inkisi

মধ্য কংগো (Middle Congo)

  • Kwa-Kassai -২১৫০ কিলোমিটাৰ- ৮৮১,৯০০ বৰ্গ কিলোমিটাৰ, ৯,৯০০ কিউবিকি মিটাৰ/s
    • Fimi
    • Lukenie
    • Kwango
    • Sankuru
  • Lefini (right)
  • Sangha (right) - 1,400 km, 213,400 km2, 750 m3/s
    • Kadéï
  • Ubangi/ (right) - 2,270 km, 772,800 km2, 4,000 m3/s
    • Mbomou
    • Uele
  • Tshuapa River (left) - 1,000 km
  • Lomami River (left) - 1,400 km

উচ্চ কংগো (Upper Congo) Boyoma Falls ৰ ওপৰৰ অংশত কংগো নদীক Lualaba River নামেৰে জনা যায়৷

  • Luvua
    • Luapula
  • Chambeshi

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Oberg, Kevin. (July 2008). Discharge and Other Hydraulic Measurements for Characterizing the Hydraulics of Lower Congo River, July 2008. U.S. Geological Survey

সম্পৰ্কিত শ্ৰেণী

নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগো নদী” প্ৰবন্ধৰ সংশোধন ৫৭৭০১১ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।