অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ঔষধিপৰ্বত

ঔষধিপৰ্বত হৈছে ৰামায়ণত বৰ্ণিত ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ এক পৰ্বত। লংকাত ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ৰামৰ ভ্ৰাতৃ লক্ষ্মণক বাসৱী শক্তি বা শক্তিশেলেৰে আক্ৰমণ কৰে আৰু লক্ষ্মণ নিশ্চিত মৃত্যুৰ মুখত পৰে। তেওঁক আৰোগ্য কৰিবলৈ জাম্বৱনৰ পৰামৰ্শ অনুযায়ী হনুমান হিমালয়লৈ যাত্ৰা কৰে।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ঔষধিপৰ্বত হৈছে ৰামায়ণত বৰ্ণিত ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ এক পৰ্বত। লংকাত ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ৰামৰ ভ্ৰাতৃ লক্ষ্মণক বাসৱী শক্তি বা শক্তিশেলেৰে আক্ৰমণ কৰে আৰু লক্ষ্মণ নিশ্চিত মৃত্যুৰ মুখত পৰে। তেওঁক আৰোগ্য কৰিবলৈ জাম্বৱনৰ পৰামৰ্শ অনুযায়ী হনুমান হিমালয়লৈ যাত্ৰা কৰে। কিন্তু ঔষধি উদ্ভিদৰ পৰিচয় নথকাৰ বাবে হনুমানে গোটেই ঔষধি পৰ্বতখনকে লংকালৈ দাঙি আনে।

তথ্য সংগ্ৰহ

  • Dictionary of Hindu Lore and Legend by Anna Dallapiccola

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ স্থানসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔষধিপৰ্বত” প্ৰবন্ধৰ সংশোধন ৫৩০৩৬৯ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।