অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঋষি শৰভঙ্গ

শৰভংগ (সংস্কৃত: शरभङ्ग) ৰামায়ণৰ তৃতীয় কাণ্ড (অৰণ্য কাণ্ড)ত উল্লেখ কৰা এজন ঋষি আৰু ভৱিষ্যদ্বক্তা। ৰামে দণ্ডক অৰণ্যৰ মাজেৰে গমন কৰাৰ সময়ত ৰাম তেওঁৰ ওচৰলৈ যায়। ৰামৰ ভ্ৰমণৰ পূৰ্বে ইন্দ্ৰই ঋষিক ব্ৰহ্মলোকৰ বাসস্থানলৈ নিয়াৰ উদ্দেশ্যে তেওঁৰ আশ্ৰমত উপস্থিত হয়।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শৰভংগ (সংস্কৃত ভাষা: शरभङ्ग) ৰামায়ণৰ তৃতীয় কাণ্ড (অৰণ্য কাণ্ড)ত উল্লেখ কৰা এজন ঋষি আৰু ভৱিষ্যদ্বক্তা। ৰামে দণ্ডক অৰণ্যৰ মাজেৰে গমন কৰাৰ সময়ত ৰাম তেওঁৰ ওচৰলৈ যায়। ৰামৰ ভ্ৰমণৰ পূৰ্বে ইন্দ্ৰই ঋষিক ব্ৰহ্মলোকৰ বাসস্থানলৈ নিয়াৰ উদ্দেশ্যে তেওঁৰ আশ্ৰমত উপস্থিত হয়।১ শৰভংগৰ শেষ ইচ্ছা আছিল মৰ্ত্যলোক এৰি যোৱাৰ আগতে ৰামক দেখা কৰা। ৰামক দেখা আৰু প্ৰয়োজনীয় বিধি-বিধান কৰাৰ পিছত ঋষিয়ে নিজৰ পুৰণি শৰীৰটোক চিতাৰ জুইত তুলি আত্মদহন কৰে আৰু তাৰ পৰা যৌৱনকালীন চমৎকাৰ ৰূপ এটা আকাশৰ ফালে উঠি যায়।২

তথ্যসূত্ৰ

  1. ↑ (2014-10-26). Paratva of Rama. The Hindu
  2. ↑ Keshavadas, Sadguru Sant. (1988). Ramayana at a Glance. Motilal Banarsidass. পৃ. 95–96. ISBN 978-81-208-0545-3

সম্পৰ্কিত শ্ৰেণী

ঋষিৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষি শৰভঙ্গ” প্ৰবন্ধৰ সংশোধন ৫৬৫৮৪৩ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।