অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ঋষি কম্ভোজ

ঋষি কম্ভোজ বা কুম্ভজ হৈছে সংস্কৃত মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। তেওঁক ঋষি অগস্ত্যৰ ঘনিষ্ঠ বন্ধু হিচাপে উপস্থাপন কৰা হৈছে। ঋষি অগস্ত্য ঋষি বশিষ্ঠৰ ভাতৃ আছিল আৰু দক্ষিণপথত সন্ন্যাসী হিচাপে বাস কৰিছিল।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঋষি কম্ভোজ বা কুম্ভজ হৈছে সংস্কৃত মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। তেওঁক ঋষি অগস্ত্যৰ ঘনিষ্ঠ বন্ধু হিচাপে উপস্থাপন কৰা হৈছে। ঋষি অগস্ত্য ঋষি বশিষ্ঠৰ ভাতৃ আছিল আৰু দক্ষিণপথত সন্ন্যাসী হিচাপে বাস কৰিছিল।১ ৰাম, লক্ষ্মণ আৰু সীতা ঋষি কুম্ভজৰ আশ্ৰমলৈ গৈছিল আৰু তাৰ পৰা তেওঁলোকে লংকাৰ ৰজা ৰাৱণৰ দ্বাৰা সীতাক অপহৰণ কৰাৰ আগতে তেওঁলোকৰ বনবাসৰ সময়ত পঞ্চৱতীলৈ গৈছিল।

তথ্যসূত্ৰ

  1. ↑ indiangyan.com. indiangyan.com

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ভাৰতীয় ঋষি-মুনিৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষি কম্ভোজ” প্ৰবন্ধৰ সংশোধন ৪১৯১৩৭ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।