অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঈদ মোবাৰক

ঈদ মোবাৰক (عيد مبارك) – মুছলমানসকলৰ এক ঐতিহ্যবাহী শুভেচ্ছা বাক্য, যাক মুছলমানসকলে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাত পৰস্পৰে পৰস্পৰক কৈ শুভেচ্ছা জনায়। ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ বা উদ্‌যাপন আৰু মোবাৰক শব্দৰ অৰ্থ কল্যাণময়, অৰ্থাৎ ঈদ মোবাৰক শব্দৰ অৰ্থ হৈছে ঈদ বা আনন্দ উদ্‌যাপন কল্যাণময় হওক।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঈদ মোবাৰক (عيد مبارك) – মুছলমানসকলৰ এক ঐতিহ্যবাহী শুভেচ্ছা বাক্য, যাক মুছলমানসকলে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাত পৰস্পৰে পৰস্পৰক কৈ শুভেচ্ছা জনায়। ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ বা উদ্‌যাপন আৰু মোবাৰক শব্দৰ অৰ্থ কল্যাণময়, অৰ্থাৎ ঈদ মোবাৰক শব্দৰ অৰ্থ হৈছে ঈদ বা আনন্দ উদ্‌যাপন কল্যাণময় হওক। কোনো ৰাষ্ট্ৰত এই শুভেচ্ছা বিনিময় এটা সাংস্কৃতিক ঐতিহ্য আৰু কোনো ধৰ্মীয় বাধ্যবাধকতাৰ অংশ নহয়। তথাপি, এই শুভেচ্ছা বাণী মাত্ৰ এই দুই মুছলিম উৎসৱৰ সময়ত ব্যৱহৃত হয়৷১২

আঞ্চলিক বৈচিত্ৰ্য

মুছলিম বিশ্বত ঈদ-উল-আযহা ও ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বাবে অন্যান্য আৰু বহু শুভেচ্ছা বাক্য আছে। ঈদ-উল-ফিতৰত নবী মহম্মদ সাহাবী সকলৰ সৈতে সাক্ষাৎকাৰৰ সময়ত এজনে আনজনক কৈছিল, "তাকাব্বাল্লাহু মিন্না ওয়া মিনকুম" (আল্লাহ আমাৰ ও আপোনালোকৰ পক্ষৰ পৰা কবুল কৰক)। মুছলিম বিশ্ব ব্যাপি ঈদ শুভেচ্ছা বিনিময়ত বহু বৈচিত্ৰ্য বিদ্যমান।

তথ্যসূত্ৰ

  1. ↑ www.express.co.uk/news/world/709700/What-is-Eid-
  2. ↑ metro.co.uk/2016/09/13/what-does-eid-mubarak-mea

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈদ মোবাৰক” প্ৰবন্ধৰ সংশোধন ৫৯১৩১০ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।