অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

আৰবুছকুলা

আৰবুছকুলা (লেটিন: Arbuscŭla; মৃত্যু: খ্ৰী. পূ. ৫৪ - ৩৫) এগৰাকী প্ৰাচীন ৰোমৰ মঞ্চ শিল্পী আছিল। খ্ৰী. পূ. ১ম শতিকাত তেওঁ পেণ্ট'মাইম নাটকত জনপ্ৰিয় অভিনেত্ৰী আছিল। সেই সময়ত নাটকৰ অধিকাংশ মহিলা চৰিত্ৰ পুৰুষ অভিনেতাসকলে অভিনয় কৰিছিল, বিশেষকৈ শোকান্ত নাটকত। খ্ৰী. পূ.

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

আৰবুছকুলা (লেটিন: Arbuscŭla; মৃত্যু: খ্ৰী. পূ. ৫৪ - ৩৫) এগৰাকী প্ৰাচীন ৰোমৰ মঞ্চ শিল্পী আছিল। খ্ৰী. পূ. ১ম শতিকাত তেওঁ পেণ্ট'মাইম নাটকত জনপ্ৰিয় অভিনেত্ৰী আছিল। সেই সময়ত নাটকৰ অধিকাংশ মহিলা চৰিত্ৰ পুৰুষ অভিনেতাসকলে অভিনয় কৰিছিল, বিশেষকৈ শোকান্ত নাটকত।১

খ্ৰী. পূ. ৫৪ চনত চিচেৰোয়ে তেওঁৰ সফলতাৰ উল্লেখ কৰিছিল আৰু কৈছিল যে তেওঁ তেওঁৰ নাট্যাভিনয়ত অধিক আনন্দ লাভ কৰিছিল।২৩ হৰাচেয়ে উল্লেখ কৰিছিল যে, কোনোবাৰ তেওঁৰ প্ৰদৰ্শনত দৰ্শকে তেওঁৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁক হাঁহি-ঠাট্টা কৰিছিল।৪ যদিও, তেওঁৰ দৰ্শকৰ একাংশৰ বিদ্ৰূপক গম্ভীৰভাৱে গ্ৰহণ নকৰি, তেওঁ কৈছিল, "যদিহে অশ্বাৰোহীসকলে মোক প্ৰশংসা কৰে, তেন্তে সাধাৰণ জনগণে মোক বিদ্ৰূপ কৰাটো কোনো কথা নহয়।" ৫

তথ্যসূত্ৰ

  1. ↑ Broadbent, R. J. (1901). A History of Pantomime. Library of Alexandria. ISBN 9781465550088
  2. ↑ মাৰ্কাছ টুলিয়াছ চিচেৰো, Epistulae ad Atticum 4.15
  3. ↑ Horace, Serm. 1.10. 76—77
  4. ↑ Forsyth, William. (1871). Life of Marcus Tullius Cicero. Scribner. পৃ. 333
  5. ↑ Lintott, Andrew. (2009). The Romans in the Age of Augustus. The Peoples of Europe. John Wiley & Sons. পৃ. 98. ISBN 9781444319323

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীপ্ৰাচীন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰবুছকুলা” প্ৰবন্ধৰ সংশোধন ৫০০২১৭ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।