অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আলোক তন্তু

আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: optical fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ। আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
এডাল TOSLINKৰ শ্ৰাব্য তৰংগ পৰিবাহী আলোক তন্তু
এডাল TOSLINKৰ শ্ৰাব্য তৰংগ পৰিবাহী আলোক তন্তুছবি: Hustvedt · CC BY-SA 3.0

আলোক তন্তু বা আলোক আঁহ (ইংৰাজী ভাষা: optical fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ। আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ১ আলোক তন্তুৰ লগত জড়িত প্ৰায়োগিক বিজ্ঞান আৰু আভিযান্ত্ৰিক বিজ্ঞানৰ শাখাটোক "তন্তু পোহৰবিজ্ঞান" বোলা হয়। মূলতঃ তন্তু পোহৰবিজ্ঞানত যোগাযোগ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰ হয়, ইয়াৰ যোগেদি অধিক দূৰলৈ অধিক প্ৰস্থৰ তথ্যৰ পতি (bandwidth) (অধিক হাৰ তথ্য পৰিবহন) পঠিয়াব পাৰি। ধাতৱীয় তাঁৰৰ বিকল্প হিচাপে আলোক তন্তুৰ ব্যৱহাৰ কৰা হয়, ই যোগাযোগ ব্যৱস্থাত তথ্যৰ গুণগত মান হ্ৰাস হোৱা ৰোধ কৰে আৰু তথ্যক বিদ্যুত চুম্বকীয় সমাৰোপনৰ পৰা ৰক্ষা কৰে। তাৰোপৰি আলোক তন্তুক কোনো বিশেষ বস্তুক পোহৰোৱা কাৰ্য আৰু চিত্ৰ পৰিবহনৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়, আন ব্যৱহাৰ সমূহ হৈছে - চেঞ্চৰ, তন্তু লেজাৰ ইত্যাদি।

প্ৰায়োগিক দিশ

মূল নীতি

তথ্য হ্ৰাস/বিকৃতকৰণ প্ৰক্ৰিয়া

নিৰ্মাণ

পদাৰ্থসমূহ

তথ্যসূত্ৰ

  1. ↑ K. Thyagarajan, Ajoy K. Ghatak, Fiber Optic Essentials, পৃষ্ঠা 34

সম্পৰ্কিত শ্ৰেণী

আলোক বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলোক তন্তু” প্ৰবন্ধৰ সংশোধন ৫৪৮৬২৪ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।