আব্দুলৰাজাক গুৰ্নাহ (Abdulrazak Gurnah;জন্ম ২০ ডিচেম্বৰ ১৯৪৮) এজন তাঞ্জানিয়াৰ ঔপন্যাসিক। তেওঁৰ সাহিত্যৰাজিৰ লিখিত ভাষা ইংৰাজী। বৰ্তমান তেওঁ যুক্তৰাজ্যত বসবাস কৰে। তেওঁৰ বিখ্যাত উপন্যাস পেৰাডাইজ (১৯৯৪), বুকাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। ডেজাৰ্টিয়ান (২০০৫), আৰু বাই দ্য চি (২০০১) উপন্যাস দুখনো বুকাৰ পুৰস্কাৰৰ বাবে মনোনীত দীঘলীয়া তালিকাত আৰু লছ এঞ্জেলছ টাইমছ বুক এৱাৰ্ডৰ বাবে মনোনীত চুটি তালিকাত অন্তৰ্ভুক্ত হৈছিল।১
"ঔপনিৱেশিকতাৰ প্ৰভাৱ তথা সংস্কৃতি আৰু মহাদেশসমূহৰ মধ্যৱৰ্তী শৰণাৰ্থীৰ দশাৰ আপোচহীন আৰু সহানুভূতিশীল নিৱেশৰ বাবে" তেওঁক ২০২১ চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হয়।২৩৪
বঁটা আৰু সন্মান
২০০৬ চনত ৰয়েল চছাইটি অফ লিটাৰেচাৰৰ এজন ফেলো হিচাপে গুৰ্নাহ নিৰ্বাচিত হৈছিল। ৫ "ঔপনিৱেশিকতাৰ প্ৰভাৱ তথা সংস্কৃতি আৰু মহাদেশসমূহৰ মধ্যৱৰ্তী শৰণাৰ্থীৰ দশাৰ আপোচহীন আৰু সহানুভূতিশীল নিৱেশৰ বাবে" তেওঁক ২০২১ চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হয়।২৩৪
সাহিত্য
উপন্যাস
- মেমৰী অব ডিপাৰ্চাৰ (১৯৮৭)৬
- পিলগ্ৰিমচ ৱে (১৯৮৮)৭
- ডটি (১৯৯০)৮
- পেৰাডাইচ (১৯৯৪)৯ (বুকাৰ পুৰস্কাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত১০)
- এডমাইৰিং চাইলেন্স (১৯৯৬)১১
- বাই দ্য চি (২০০১)৯ (বুকাৰ পুৰস্কাৰ আৰু লছ এঞ্জেলছ টাইমছ বুক পুৰস্কাৰৰ বাবে মনোনীত১২)
- ডেজাৰ্টিয়ান (২০০৫)১৩
- দ্য লাষ্ট গিফ্ট (২০১১)১৪
- গ্ৰেভেল হাৰ্ট (২০১৭)১৫
- আফটাৰলাইভচ (২০২০)১৬
উৎস
- Hand, Felicity. (2012). Metaphor and Diaspora in Contemporary Writing. Palgrave Macmillan. পৃ. 39–58. ISBN 978-1-349-33956-3
- King, Bruce. (2006). The Contemporary British Novel Since 1980. Palgrave Macmillan. পৃ. 85–94. ISBN 978-1-349-73717-8
- Lavery, Charné. (May 2013). White-washed Minarets and Slimy Gutters: Abdulrazak Gurnah, Narrative Form and Indian Ocean Space. English Studies in Africa. পৃ. 117–127
লগতে পঢ়ক
- Breitinger, Eckhard. Gurnah, Abdulrazak S. Contemporary Novelists
- Jones, Nisha (2005). "Abdulrazak Gurnah in conversation". Wasafiri, 20:46, 37-42. .
- (2007). Contemporary Authors. Gale. পৃ. 134–136. ISBN 978-1-4144-1017-3
- Whyte, Philip. (2019). Deutsch-Ostafrika: Dynamiken europäischer Kulturkontakte und Erfahrungshorizonte im kolonialen Raum. Peter Lang. ISBN 978-3-631-77497-7
তথ্যসূত্ৰ
- ↑ Gurnah, "A Note on the Author." In Desertion, London: Bloomsbury, 2006, p. 263
- ↑ (7 October 2021). The Nobel Prize in Literature 2021. NobelPrize.org
- ↑ Flood, Alison. (7 October 2021). Abdulrazak Gurnah wins the 2021 Nobel prize in literature. The Guardian
- ↑ (7 October 2021). Nobel Literature Prize 2021: Abdulrazak Gurnah named winner. BBC News
- ↑ Abdulrazak Gurnah. Royal Society of Literature
- ↑ Hand, Felicity. (2015-03-15). Searching for New Scripts: Gender Roles in Memory of Departure. Critique: Studies in Contemporary Fiction. পৃ. 223–240
- ↑ Mirmotahari, Emad. (May 2013). From Black Britain to Black Internationalism in Abdulrazak Gurnah's Pilgrims Way. English Studies in Africa. পৃ. 17–27
- ↑ Lewis, Simon. (May 2013). Postmodern Materialism in Abdulrazak Gurnah's Dottie: Intertextuality as Ideological Critique of Englishness. English Studies in Africa. পৃ. 39–50
- ↑ Kohler, Sophy. (2017-05-04). 'The spice of life': trade, storytelling and movement in Paradise and By the Sea by Abdulrazak Gurnah. Social Dynamics. পৃ. 274–285
- ↑ (2021-10-07). Nobel Prize in Literature 2021: Abdulrazak Gurnah honoured. The Irish Times
- ↑ Olaussen, Maria. (May 2013). The Submerged History of the Indian Ocean in Admiring Silence. English Studies in Africa. পৃ. 65–77
- ↑ Abdulrazak Gurnah. বুকাৰ বঁটা
- ↑ Mars-Jones, Adam. (2005-05-15). It was all going so well. The Observer
- ↑ Kaigai, Kimani. (May 2013). At the Margins: Silences in Abdulrazak Gurnah's Admiring Silence and The Last Gift. English Studies in Africa. পৃ. 128–140
- ↑ Bosman, Sean James. (2021-07-03). 'A Fiction to Mock the Cuckold': Reinvigorating the Cliché Figure of the Cuckold in Abdulrazak Gurnah's By the Sea (2001) and Gravel Heart (2017). Eastern African Literary and Cultural Studies. পৃ. 176–188
- ↑ Mengiste, Maaza. (2020-09-30). Afterlives by Abdulrazak Gurnah review – living through colonialism. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আব্দুলৰাজাক গুৰ্নাহ” প্ৰবন্ধৰ সংশোধন ৬২৪৬৯৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।