অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে

হালনাগাদ: ৩ মাৰ্চ ২০২৫ ১১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে

+ক্ৰমিক সংখ্যানাম (বিধান সভা সমষ্টি)কাৰ্যভাৰৰাজনৈতিক দলকাৰ্যকাল
1প্ৰেম খান্দু থুংগন Prem Khandu Thungan দিৰাং কালকটাং13 আগষ্ট 197518 ছেপ্টেম্বৰ 1979জনতা পাৰ্টী (প্ৰথম বিধানসভা নিৰ্বাচন অনুস্থিত হৈছিল ১৯৭৮ চনত আৰু থুংগন এই বিধানসভালৈ নিৰ্বাচিত হৈছিল।)1507
2ত'ম' ৰিবা Tomo Riba বাচাৰ18 ছেপ্টেম্বৰ 19793 নৱেম্বৰ 1979পিপুলছ পাৰ্টী অৱ অৰুণাচল প্ৰদেশ (People's Party of Arunachal)47
–Vacant (ৰাষ্ট্ৰপতিৰ শাসন)3 নৱেম্বৰ 197918 জানুৱাৰী 1980N/A76
3গেগং আপাং Gegong Apang MLA for Tuting Yingkiong18 জানুৱাৰী 198019 জানুৱাৰী 1999ভাৰতীয় জাতীয় কংগ্ৰেছ6940
অৰুণাচল কংগ্ৰেছ Arunachal Congress
4মুকুট মিথি Mukut Mithi MLA for Roing19 জানুৱাৰী 19993 আগষ্ট 2003অৰুণাচল কংগ্ৰেছ(মিথি) Arunachal Congress (Mithi)1658
ভাৰতীয় জাতীয় কংগ্ৰেছ
(3)গেগং আপং Gegong Apang [2] MLA for Tuting Yingkiong3 আগষ্ট 20039 এপ্ৰিল 2007ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট(অৰুণাচল প্ৰদেশ) (United Democratic Front)1346
ভাৰতীয় জনতা পাৰ্টী
ভাৰতীয় জাতীয় কংগ্ৰেছ
5দৰ্জী খাণ্ডু Dorjee Khandu MLA for Mukto9 April 200730 April 2011ভাৰতীয় জাতীয় কংগ্ৰেছ1483
6জাৰ'বাম গামলিন Jarbom Gamlin MLA for Liromoba5 May 20111 নৱেম্বৰ 2011ভাৰতীয় জাতীয় কংগ্ৰেছ181
7নাবাম টুকি Nabam Tuki MLA for Sagalee1 নৱেম্বৰ 201126 জানুৱাৰী 2016ভাৰতীয় জাতীয় কংগ্ৰেছ
–Vacant (President's rule)26 জানুৱাৰী 201619 ফেব্ৰুৱাৰী 2016N/A
8কালিখ' পুল Kalikho Pul MLA for Hayuliang19 ফেব্ৰুৱাৰী 201613 জুলাই 2016পিপুলছ পাৰ্টী অৱ অৰুণাচল প্ৰদেশ (People's Party of Arunachal)
(7)নাবাম টুকি Nabam Tuki ১ MLA for Sagalee13 July 201617 July 2016ভাৰতীয় জাতীয় কংগ্ৰেছ
9পেমা খাণ্ডু Pema Khandu MLA for Mukto17 July 2016২16 ছেপ্টেম্বৰ 2016ভাৰতীয় জাতীয় কংগ্ৰেছ
16 ছেপ্টেম্বৰ 2016 ৩31 ডিচেম্বৰ 2016পিপুলছ পাৰ্টী অৱ অৰুণাচল প্ৰদেশ (People's Party of Arunachal)
31 December 2016৪Incumbentভাৰতীয় জনতা পাৰ্টী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ "Pema Khandu sworn in as Chief Minister of Arunachal Pradesh". দ্য হিন্দু. 17 July 2016
  3. ↑ Times of India 16 September 2016
  4. ↑ Shankar Bora, Bijay. (31 December 2016). Arunachal CM Pema Khandu joins BJP, ends political crisis. The Tribune

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৮৬১৭৯ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।