অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অনিচি

অনিচি (Nüoshi) বুলিও কোৱা হয় (Nüoshi) হৈছে কল’কেচিয়া প্ৰজাতিৰ কিম্বন কৰা পাতৰপৰা তৈয়াৰী নগা সুস্বাদু খাদ্য। অনিচি বনাবলৈ তাৰো পাতবোৰ গুণি বেগ বা কলৰ পাতত প্ৰায় ৩-৪ দিন মেৰিয়াই পেষ্ট কৰা হয়, সাধাৰণতে নিমখ আৰু অন্যান্য মচলাৰ সৈতে, তাৰ পিছত চেপি পিঠাৰ দৰে কৰি জুইত ধোঁৱা দি বা ৰ'দত শুকুৱাই ক’লা…

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

অনিচি (Nüoshi১) বুলিও কোৱা হয় (Nüoshi) হৈছে কল’কেচিয়া প্ৰজাতিৰ কিম্বন কৰা পাতৰপৰা তৈয়াৰী নগা সুস্বাদু খাদ্য।২

অনিচি বনাবলৈ তাৰো পাতবোৰ গুণি বেগ বা কলৰ পাতত প্ৰায় ৩-৪ দিন মেৰিয়াই পেষ্ট কৰা হয়,৩ সাধাৰণতে নিমখ আৰু অন্যান্য মচলাৰ সৈতে,৪ তাৰ পিছত চেপি পিঠাৰ দৰে কৰি জুইত ধোঁৱা দি বা ৰ'দত শুকুৱাই৩ ক’লা কৰি থোৱা হয়।

ভাৰতীয় নাগালেণ্ড ৰাজ্যৰ আও নগা জনগোষ্ঠীয়ে৫ ইয়াক গাহৰিৰ মাংসৰ সৈতে মচলা আৰু সংৰক্ষক হিচাপে ব্যৱহাৰ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ A Deep Dive into the Culinary Heritage of Nagaland. artsandculture.google.com
  2. ↑ Anishi - Arca del Gusto. Slow Food Foundation
  3. ↑ Deb, CR; Bendangnaro, J. (2020). Ethnic Fermented Food Products of Nagaland, India. Journal of Food Chemistry and Nanotechnology
  4. ↑ Tamang, Buddhiman; Tamang, Jyoti Prakash. Traditional knowledge of biopreservation of perishable vegetable and bamboo shoots in Northeast India as food resources. Indian Journal of Traditional Knowledge. পৃ. 89–95
  5. ↑ Bhardwaj, Sushma. Exotic Cuisine of Nagaland: Methods of Cooking and the Medicinal Value of Their Edible Flora and Fauna. DU Journal of Undergraduate Research and Innovation. দিল্লী বিশ্ববিদ্যালয়
  6. ↑ Sangtam, H. M.; Laskar, S. K.; Thomas, R. (2022). Physico-chemical and Sensory Attributes of Traditional Pork Products Incorporated with Anishi at Refrigerated Storage (4±1°C) Under Vacuum Packaging. Journal of Animal Research. পৃ. 667–673

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিচি” প্ৰবন্ধৰ সংশোধন ৫৮০২০৯ (২১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।