অংগৰ্খা হৈছে দীঘল হাতৰ পোছাকৰ ওপৰত পিন্ধা চোলা যিটো দক্ষিণ এছিয়াৰ পুৰুষে পিন্ধিছিল।১ ১৯ শতিকাৰ ভিতৰত ই ৰাজহুৱা স্থানত এজন শিক্ষিত ব্যক্তিৰ সাধাৰণতে গ্ৰহণ কৰা সাজ-পোছাক হৈ পৰিছিল।২৩ মধ্যযুগৰ শেষৰ ফালে বা আধুনিক যুগৰ আৰম্ভণিতে ইয়াক অধিক ভাৰতীয় ৰূপ দিয়াৰ ফলত ই পাৰ্চী কেপ বালাবা বা চাপকানৰ পৰা বিকশিত হৈছিল।৪৫৬
ব্যুৎপত্তিবিজ্ঞান
অংগৰ্খা সংস্কৃত অংগৰক্ষকৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে 'শৰীৰৰ ৰক্ষক'।৭
তথ্যসূত্ৰ
- ↑ Tarlo, Emma. (1996). Clothing Matters: Dress and Identity in India. University of Chicago Press. পৃ. xi. ISBN 9780226789767
- ↑ Tarlo, Emma. (1996). Clothing Matters: Dress and Identity in India. University of Chicago Press. পৃ. 28. ISBN 9780226789767
- ↑ Qureshi, Regula Burchhardt. (6 May 2016). Master Musicians of India: Heriditary Sarangi Players Speak. Routledge. পৃ. 295. ISBN 9781135873974
- ↑ Tarlo, Emma. (1996). Clothing Matters: Dress and Identity in India. University of Chicago Press. পৃ. 47. ISBN 9780226789767
- ↑ Dasa, Syamasundara. (1975). Hindi sabdasagara. Nagari Pracharini Sabha, 1965–1975, in many volumes
- ↑ Jirousek, Charlotte A. (2019). Ottoman Dress and Design in the West: A Visual History of Cultural Exchange. Indiana University Press. পৃ. 23. ISBN 9780253042194
- ↑ Zaira Mis, Marcel Mis (2001) Asian Costumes and Textiles: From the Bosphorus to Fujiama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংগৰ্খা” প্ৰবন্ধৰ সংশোধন ৫৮৮২৯৬ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।