মিছ ইণ্টাৰনেশ্যনেল
৪ প্ৰবন্ধ
-
মিছ ইণ্টাৰনেশ্যনেল
মিছ ইণ্টাৰনেশ্যনেল (ইংৰাজী: Miss International; মিছ ইণ্টাৰনেশ্যনেল বিউটি বা দ্য ইণ্টাৰনেশ্যনেল বিউটি পেজেণ্ট) হ’ল ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যনৰদ্বাৰা আয়োজিত জাপান ভিত্তিক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতা।
-
ইকুমি য়োছিমাটছু
ইকুমি য়োছিমাটছু (吉松 育美; জন্ম: ২১ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী, শিল্পী, লেখিকা, বক্তা, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগী। তেওঁ অকিনাৱাত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল ২০১২ প্ৰতিযোগিতাত বিজয়ী হয়। ই প্ৰতিযোগিতাৰ ৫২বছৰীয়া ইতিহাসত জাপানৰ প্ৰথম মিছ ইণ্টাৰনেচনেল বিজয়।
-
কেভিন লিলিয়ানা
কেভিন লিলিয়ানা জুনাইডি (জন্ম ৫ জানুৱাৰী ১৯৯৬) এগৰাকী উপস্থাপক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১৭ চনৰ মিছ ইণ্টাৰনেশ্যনেলৰ বিজয়ী। তেওঁ প্ৰথম ইণ্ডোনেছিয়ান আৰু মুছলমান মহিলা যিয়ে মিছ ইণ্টাৰনেশ্যনেল বিজয়ী, আৰু ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী মহিলা যিয়ে চাৰিটা প্ৰধান আন্তঃৰাষ্ট্ৰীয়…
-
হুইন থি থান থুই
হুইন থি থান থুই (ইংৰাজী: Huỳnh Thị Thanh Thủy; জন্ম: ২০০২) এগৰাকী ভিয়েটনামৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ২০২২ আৰু মিছ ইণ্টাৰনেচনেল ২০২৪ জয় কৰিছে।