মালয়েছিয়ান অভিনেত্ৰী
৭ প্ৰবন্ধ
-
এলা
নৰ জিলা হাজি আমিনুদ্দিন (জন্ম ৩১ জুলাই ১৯৬৬; এলা নামে অধিক পৰিচিত) মালয়েছিয়াৰ এগৰাকী গায়িকা, সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁ পুলাউ পিনাংৰ গেলুগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ সংগীত জীৱন ১৯৮৩ চনত আৰম্ভ হয়, যেতিয়া তেওঁ ১৭ বছৰ বয়সত মুনৰেকাৰ নামৰ এটা সংগীত দলত যোগদান কৰিছিল।
-
কবিতা সিদ্ধু
কবিতা সিদ্ধু (ইংৰাজী: Kavita Sidhu; জন্ম: ২৯ নৱেম্বৰ ১৯৭১) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন সুন্দৰী সম্ৰাজ্ঞী। তেওঁ ভাৰতীয় পঞ্জাবী বংশোদ্ভৱ।
-
জিয়ানা জেইন
ছিটি ৰ'জিয়ানা বিণ্টি জেইন (জন্ম: ২ মে' ১৯৬৮), জিয়ানা জেইন নামেৰে বেছি পৰিচিত মালয়েছিয়াৰ এগৰাকী গায়িকা, অভিনেত্ৰী, মডেল, টেলিভিছন উপস্থাপক, ৰাষ্ট্ৰদূত আৰু ব্যৱসায়ী।
-
ফাজুৰা
নুৰ ফাজুৰা শ্বৰীফুদ্দিন (ইংৰাজী: Nur Fazura Sharifuddin; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮৩, মঞ্চত ফাজুৰা নামেৰে বেছি পৰিচিত) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, গায়িকা, টেলিভিছন পৰিচালক, ভি.জে.
-
ফাশা সান্ধা
নুৰ ফাশা সান্ধা হাসান (জন্ম ২৮ মাৰ্চ ১৯৮৪) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী। তেওঁ চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান আৰু বাণিজ্যিক বিজ্ঞাপনসমূহত উপস্থিত হৈছে।
-
মিচেল য়হ
মিচেল য়হ চু কেং(; জন্মনাম: য়হ চু কেং; ৬ আগষ্ট, ১৯৬২) এগৰাকী মালয়েচিয়ান অভিনেত্ৰী। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহত তেওঁ মিচেল খান নামেৰে অভিনয় কৰিছিল, হংকঙৰ একচন চলচ্চিত্ৰৰ এটি শৃংখলাত অভিনয় কৰাৰ পিছত ১৯৯০ ৰ দশকত ইয়েছ, মেডাম (১৯৮৫), পুলিচ ষ্ট’ৰি থ্ৰী: চুপাৰকপ (১৯৯২) আৰু হলি ৱেপন (১৯৯৩) আদি…
-
লিছা ছুৰিহানি
লিছা চুৰিহানী মোহাম্মদ (জন্ম: ২৩ মাৰ্চ ১৯৮৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, মডেল, টেলিভিছন উপস্থাপিকা আৰু বিজ্ঞাপন শিল্পী। ১১ বছৰ বয়সতেই ১৯৯৭ চনত তেওঁ মনোৰঞ্জন জগতত প্ৰৱেশ কৰে। তেওঁ বহু মালয় ভাষাৰ চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰিছে।