মহিলা বিজ্ঞানী
৬৫ প্ৰবন্ধ
-
ৰোহিণী বালাকৃষ্ণণ
ৰোহিণী বালাকৃষ্ণণ ভাৰতৰ এগৰাকী জীৱবিজ্ঞানী৷ তেওঁৰ গৱেষণাৰ মূল বিষয় জীৱ-জন্তুৰ মাজৰ যোগাযোগ (Animal communication) আৰু সংগীত (bioacoustics)৷ তেওঁ বৰ্তমান বেংগলুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্স বিভাগত জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷
-
ৱেই ডিং
ৱেই ডিং (Wei Ding) এগৰাকী চীন-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ বৰ্তমান মেছাচুচেট্ছ ব’ষ্টন বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানৰ পূৰ্ণ অধ্যাপিকা হিচাপে কৰ্মৰত।
-
ৱেই ৱাং
ৱেই ৱাং (ইংৰাজী: Wei Wang) এগৰাকী চীনত জন্মগ্ৰহণ কৰা আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ (ইউচিএলএ) কম্পিউটাৰ বিজ্ঞান আৰু কম্পিউটেশ্যনেল মেডিচিন বিভাগৰ লিয়নাৰ্ড ক্লেইনৰক চেয়াৰ প্ৰফেচৰ আৰু স্কেলেবল এনালিটিক্স ইনষ্টিটিউটৰ (এছচিএআই) সঞ্চালক।
-
ৱেইলি ৱু
ৱেইলি (লিলি) ৱু হৈছে এজনী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট ডেলাছত ডাটা কমিউনিকেচন আৰু ডাটা মেনেজমেণ্ট লেবৰেটৰীৰ সঞ্চালক আৰু কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা।
-
ৱেন্যুয়ান জু
ৱেন্যুয়ান জু (ইংৰাজী: Wenyuan Xu; চীনা: 徐文渊) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী যিয়ে বেতাঁৰ নেটৱৰ্ক, এম্বেডেড চিষ্টেম আৰু ইণ্টাৰনেট অৱ থিংছৰ সুৰক্ষা বিষয়ত গৱেষণা কৰে। তেওঁ ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ইউবিকুইটাছ চিষ্টেম ছিকিউৰিটি লেবৰেটৰীৰ পৰিচালিকা।