মনোবিজ্ঞান
৭১ প্ৰবন্ধ
-
বেন ফ্ৰেংকলিন প্ৰভাৱ
বেন ফ্ৰেংকলিন প্ৰভাৱ (Ben Franklin effect) হৈছে এটা প্ৰস্তাৱিত মনোবৈজ্ঞানিক প্ৰপঞ্চ, য'ত: ইতিমধ্যেই অনুগ্ৰহ (সহায়) কৰি থোৱা মানুহ এজনে অইন এজন মানুহৰ প্ৰতি পুনৰ অনুগ্ৰহ কৰাৰ সম্ভাৱনীতা দেখা যায়-লাগিলে সেই মানুহজনৰ পৰা তেওঁ অনুগ্ৰহ লাভ কৰকেই বা নকৰকেই৷ ইয়াৰ এটা ব্যাখ্যা হৈছে- বোধগত অসন্তুষ্টতা…
-
ব্ৰেইন ৰট
ব্ৰেইন ৰট বা মগজুৰ পচন (Brain rot) একধৰণৰ জ্ঞানমূলক অৱনতি যি মূলতঃ অগভীৰ বা প্ৰত্যাহ্বানহীন সামগ্ৰীৰ (বৰ্তমান বিশেষকৈ অনলাইন বিষয়-বস্তু) অতিমাত্ৰা বা বিশৃংখল ব্যৱহাৰৰ ফলত হয়।
-
ভণ্ডামি
ভণ্ডামি (Hypocrisy) হ'ল নিজে যি নহয় তাৰ অভিনয় কৰা বা যি নহয় সেইটো বিশ্বাস কৰা। ১২০০ চনৰ আশে-পাশে ইংৰাজী ভাষাত "ভণ্ডামি" শব্দটো প্ৰৱেশ কৰে, যাৰ অৰ্থ আছিল "গুণসম্পন্ন বা মঙ্গলজনকৰ অভিনয় কৰা পাপ"(the sin of pretending to virtue or goodness)।
-
মনোযৌন বিকাশ
মনোযৌন বিকাশ হ'ল ব্যক্তিত্বৰ ক্ৰমবিকাশ সম্পৰ্কে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডে আগবঢ়োতা এক বৈপ্লৱিক তত্ত্ব। ফ্ৰয়েডৰ মতে মানুহৰ ব্যক্তিত্ব বিকাশ সৰ্বমুঠ পাঁচটা স্তৰৰ মাজেদি সম্পূৰ্ণ হয়।
-
ল’গ’থেৰাপী
ল’গ’থেৰাপী (Logotherapy) হৈছে স্নায়ুবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ ভিক্টৰ ফ্ৰাঙ্কলে বিকাশ কৰা একপ্ৰকাৰৰ অস্তিত্ববাদী মনোচিকিৎসা-পদ্ধতি। ইয়াৰ মৌলিক ধাৰণা হৈছে—মানুহৰ জীৱনত প্ৰধান প্ৰেৰণাদায়ী শক্তি হ’ল অৰ্থৰ অনুসন্ধান।
-
শিক্ষা মনোবিজ্ঞান
মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (Educational psychology)। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে।
-
ষ্টকহ'ম চিনড্ৰ’ম
ষ্টকহ'ম চিনড্ৰ’ম (Stockholm syndrome) হৈছে এনে এক তাত্ত্বিক অৱস্থা, য'ত পণবন্দীসকলে বন্দিত্বৰ সময়ত তেওঁলোকক বন্দী কৰাসকলৰ সৈতে মানসিক বন্ধন গঢ়ি তোলে। ষ্টকহ'ম চিনড্ৰ’ম অভিজ্ঞতা থকা প্ৰায়ভাগ লোককে অধ্যয়ন চলাবলৈ বিচাৰি পোৱাটো কঠিন।
-
সংগীত মনোবিজ্ঞান
সংগীত মনোবিজ্ঞান বা সংগীতৰ মনোবিজ্ঞানক (Music Psychology) মনোবিজ্ঞান আৰু সংগীতবিজ্ঞান দুয়োটাৰে এটা শাখা হিচাপে গণ্য কৰিব পাৰি। ইয়াৰ লক্ষ্য হৈছে সংগীতৰ অনুভৱ, সৃষ্টি, সঁহাৰি আৰু দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াসমূহকে ধৰি সংগীতৰ আচৰণ আৰু অভিজ্ঞতাৰ ব্যাখ্যা আৰু বুজাবুজি।আধুনিক সংগীত…
-
সাংস্কৃতিক স্নায়ুবিজ্ঞান
সাংস্কৃতিক স্নায়ুবিজ্ঞান (Cultural Neuroscience) হৈছে মানুহৰ সাংস্কৃতিক পৰিৱেশ আৰু স্নায়ুজৈৱিক ব্যৱস্থাৰ মাজৰ আন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা গৱেষণাৰ ক্ষেত্ৰ।
-
স্বাভাৱিক পক্ষপাতিতা
স্বাভাৱিক পক্ষপাতিতা (en-Normalcy bias), বা স্বাভাৱিকত্ব পক্ষপাত, হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যাৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আসন্ন বিপদৰ সতৰ্কবাণী আওকান কৰে বা অবিশ্বাস কৰে।
-
ৰাজনৈতিক মনোবিজ্ঞান
ৰাজনৈতিক মনোবিজ্ঞান (Political psychology) হৈছে এক আন্তঃশাখা শৈক্ষিক ক্ষেত্ৰ; যিয়ে মানসিক দৃষ্টিকোণৰ পৰা ৰাজনীতি, ৰাজনীতিবিদ, ৰাজনৈতিক আচৰণ আৰু সামাজিক-ৰাজনৈতিক দৃষ্টিভংগী ব্যৱহাৰ কৰি মানসিক প্ৰক্ৰিয়াসমূহ বুজিবলৈ প্ৰয়াস কৰে।ৰাজনীতি আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্কক দ্বিমুখী বুলি গণ্য কৰা হয়,…