ভিয়েটনামৰ ব্যক্তি
৫ প্ৰবন্ধ
-
হ' চি মিন
হ' চি মিন (; Vietnamese: [hò cǐ mīŋ̟] (listen), Saigon: [hò cǐ mɨ̄n] (শুনক); Chữ nôm: 胡志明; 19 May 1890 – 2 September 1969), জন্মত ঙুয়েন চিন কুন, ঙুয়েন টাট থান, ঙুয়েন আই চুৱ'ক, বাক হ বা বাক নামেৰেও জনাজাত, এগৰাকী ভিয়েটনামী সাম্যবাদী বিপলৱী নেতা যি ভিয়েটনাম শ্ৰমিক দলৰ সভাপতি আৰু প্ৰথম সচিব আছিল।
-
কন্দৰ্পধৰ্ম
কন্দৰ্পধৰ্ম (কিছুমান উৎসত কন্দৰ্পবৰ্মন ৰূপেও উল্লিখিত) আছিল চম্পা ৰাজ্যৰ এজন প্ৰাচীন ৰজা, যিয়ে ভিয়েটনামৰ কেন্দ্ৰীয় অঞ্চলত ষষ্ঠ শতাব্দীৰ শেষ ভাগৰপৰা সপ্তম শতাব্দীৰ আৰম্ভণিলৈকে শাসন কৰিছিল। তেওঁ শম্ভুবৰ্মনৰ পুত্ৰ আৰু প্ৰভাসধৰ্মৰ পিতা আছিল।
-
মাক থি বুৱ’ই
মাক থি বুৱ’ই (১৯২৭–১৯৫১) ১৯৫৫ চনত ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে ভিয়েটনামী জনসাধাৰণৰ সশস্ত্ৰ বাহিনীৰ নায়ক উপাধিৰে পুৰস্কৃত কৰা লোকসকলৰ ভিতৰত এগৰাকী আছিল। তেওঁ ১৯২৭ চনত হাই ডং প্ৰদেশৰ নাম চাচ জিলাৰ নাম টান কমিউনত জন্মগ্ৰহণ কৰে।
-
লু থি ডিয়েম হুং
লু থি ডিয়েম হুং (ইংৰাজী: Lưu Thị Diễm Hương; জন্ম: ৩০ আগষ্ট ১৯৯০) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ৱৰ্ল্ড ২০১০ খিতাপ জয় কৰিছিল। ডিয়েম হুঙৰ জন্ম ভিয়েটনামৰ হো চি মিন চিটীত হৈছিল।
-
লে হোৱাং দিয়েপ থাও
লে হোৱাং দিয়েপ থাও (Lê Hoàng Diệp Thảo) এগৰাকী ভিয়েটনামী ব্যৱসায়ী মহিলা আৰু ভিয়েটনামৰ কফি উদ্যোগক্ষেত্ৰৰ অন্যতম নেত্ৰী। তেওঁ তেওঁৰ তৎকালীন স্বামী ডাং লে ঙুৱেন ভুৰ সৈতে মিলি ট্ৰুং নুএন গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল, যি দেশখনৰ প্ৰথম শ্ৰেণীৰ কফি উৎপাদন সংস্থা আৰু ভিয়েটনামৰ আটাইতকৈ পৰিচিত কেফে চেইনৰ…