ভিয়েটনামী অভিনেত্ৰী
৫ প্ৰবন্ধ
-
ঙো থান ভান
ঙো থান ভান (Ngô Thanh Vân, জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৯, ভেৰ'নিকা ঙো বা NTV হিচাপে জনা যায়) এগৰাকী ভিয়েটনামী অভিনেত্ৰী আৰু গায়িকা।
-
চেং ঙুয়েং কুইন চাউ
চেং ঙুয়েং কুইন চাউ (জন্ম ৩ জুলাই ১৯৯৪) হৈছে ভিয়েটনামৰ এগৰাকী শীৰ্ষ মহিলা মডেল, MC আৰু অভিনেত্ৰী। তেওঁ সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে চলচ্চিত্ৰসমূহত অংশগ্ৰহণ কৰাৰ পাছত, যেনে আপল ট্ৰী ব্লুমছ, ডেড, আই এড ছ'ৰী, আৰু বিশেষকৈ মিছ গ্ৰেণ্ড ভিয়েটনাম ২০২২-ত ১ম ৰানাৰ-আপ হৈ বিৰাট সফলতা অৰ্জন কৰে।
-
নিন ডুয়ং লান ঙক
নিন ডুয়ং লান ঙক (জন্ম: ৪ এপ্ৰিল ১৯৯০) আধুনিক প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ ভিয়েটনামী অভিনেত্ৰী। যিয়ে দ্য ফ্লটিং লাইভছত মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে, যাৰ বাবে তেওঁ ২০১০ চনৰ কাইট বঁটাত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বঁটা লাভ কৰে।
-
ফাম লুঙ থান ত্ৰুক
ফাম লুঙ থান ত্ৰুক (১১ ছেপ্তেম্বৰ ১৯৮৬-ত হো চি মিন চিটিত জন্ম) মঞ্চ নাম থান ত্ৰুক নামেৰে পৰিচিত এগৰাকী ভিয়েটনামী টেলিভিছন আৰু চিনেমা অভিনেত্ৰী তথা গায়িকা। তেওঁ প্ৰথমে J8687 নামৰ গাৰ্ল গ্ৰুপৰ সদস্য আছিল।
-
বুই ফুং ঙা
বুই ফুং ঙা (ইংৰাজী: Bùi Phương Nga; জন্ম: ১৬ নৱেম্বৰ ১৯৯৮) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ভিয়েটনাম ২০১৮-ৰ প্ৰথম ৰাণাৰ-আপ আছিল।