ভাৰতৰ স্বাধীনতা সংগ্ৰামী
১২২ প্ৰবন্ধ
-
ৰাণী চন্দা
ৰাণী চন্দা (জুলাই ১৯১২ – ১৯ জুন,১৯৯৭ ) এগৰাকী ভাৰতীয় শিল্পী আৰু সাহিত্যিক।Rani Chanda
-
ৰাম সিং ঠাকুৰী
ৰাম সিং ঠাকুৰী Ram Singh Thakuri; ১৫ আগষ্ট ১৯১৪ – ১৫ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সংগীতজ্ঞ আৰু সুৰকাৰ আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীত (ইণ্ডিয়ান নেচনেল আৰ্মী) কৰ্মৰত অৱস্থাত ‘কদম কদম বঢ়ায়ে যা’ আৰু ‘সৱ সুখ চেইন’কে ধৰি কেইবাটাও দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল।