ভাৰতৰ পৰ্যটনস্থলী
৯৩ প্ৰবন্ধ
-
শিৱনেৰী দুৰ্গ
শিৱনেৰী দুৰ্গ (কিল্লা বুলিও জনাজাত) ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ জুন্নাৰৰ ওচৰত অৱস্থিত এটা প্ৰাচীন সামৰিক দুৰ্গ। ই মাৰাঠা ৰাজ্যৰ প্ৰতিষ্থাপক চত্ৰপতি শিৱাজী মহাৰাজৰ জন্মস্থান।
-
সমতাৰ মূৰ্তি
সমতাৰ মূৰ্তি, হায়দৰাবাদৰ উপকণ্ঠ অঞ্চলৰ ৰঙা ৰেড্ডী জিলাৰ মুছিণ্টলৰ চিন্না জীয়াৰ ট্ৰাষ্টৰ চৌহদত অৱস্থিত একাদশ শতিকাৰ ভাৰতীয় দাৰ্শনিক ৰামানুজৰ প্ৰতিমূৰ্তি। ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ বহি থকা মূৰ্তি।
-
ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ
ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ ( Hill Forts of Rajasthan) হৈছে উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যত বিস্তৃত ছটা দুৰ্গ। ধাৰাবাহিক হিচাপে গোট খুৱাই ২০১৩ চনত ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।