ভাৰতৰ ন্যায়াধীশ
৩৫ প্ৰবন্ধ
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
স্বপ্না সঞ্জীৱ যোশী
স্বপ্না সঞ্জীৱ যোশী (জন্ম ২৬ আগষ্ট ১৯৫৯) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।নাগপুৰত কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি সহযোগী ন্যায়াধীশ ব্ৰিজগোপাল হৰকিষণ ল'য়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাৰ পিছত যোশীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
-
ৰেখা দীক্ষিত
ৰেখা দীক্ষিত (Rekha Dikshit; জন্ম: ১০ আগষ্ট ১৯৫৯) ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগম (ভাৰতত মুছলমান মহিলাক ভৰণ-পোষণৰ ধন প্ৰদান সম্পৰ্কীয় বিতৰ্কিত গোচৰ)ৰ লগতে তাজ কৰিডৰ গোচৰ আৰু 'উত্তৰ প্ৰদেশ ৰাষ্ট্ৰীয় গ্ৰামীণ…
-
ৰেৱা ক্ষেত্ৰপাল
ৰেৱা ক্ষেত্ৰপাল (Reva Khetrapal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫২) ভাৰতৰ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ বৰ্তমানৰ লোকায়ুক্ত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।
-
ৰোশন দালভী
ৰোশন দালভী (Roshan Dalvi) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। শিৱসেনাৰ নেতা বাল থাকৰেৰ সন্তানসকলৰ উত্তৰাধিকাৰ সম্পৰ্কে হোৱা বিবাদ, আৰু বাৰত নৃত্যশিল্পীসকলক নিজৰ বৃত্তি আগবঢ়াই নিবলৈ নিষেধ কৰা মহাৰাষ্ট্ৰৰ আইন এখনক প্ৰত্যাহ্বান জনোৱা আদিকে ধৰি ন্যায়াধীশ হিচাপে তেওঁ…