ভাৰতীয় মহিলা টেলিভিছন উপস্থাপক
৫ প্ৰবন্ধ
-
কাৱেৰী ঝা
কাৱেৰী ঝা এগৰাকী ভাৰতীয় মডেল, চলচ্চিত্ৰ অভিনেত্ৰী আৰু বিমান পৰিচাৰিকা। তেওঁ হিন্দী আৰু তেলুগু ভাষাৰ ছবিত কাম কৰে।
-
সৌম্যা টেণ্ডন
সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
আফছান আঞ্জুম
আফছান আঞ্জুম (হিন্দী: अफ़शां अंजुम) এজন ভাৰতীয় টেলিভিছন সাংবাদিক আৰু এংকৰ। তেওঁ এন ডি টি ভি ইণ্ডিয়াৰ জ্যেষ্ঠ বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। আঞ্জুম আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাসমূহৰ কভাৰেজৰ বাবে বিখ্যাত, আৰু এনডিটিভি ইণ্ডিয়াত দৈনিক ক্ৰীড়া অনুষ্ঠান খেল ইণ্ডিয়া আৰু গুগলী আয়োজন কৰে৷ তেওঁ…
-
মংলী
সত্যৱতী চৌহান, মংলী নামেৰে জনাজাত, এগৰাকী ভাৰতীয় গায়িকা আৰু টেলিভিছনৰ উপস্থাপিকা। তেওঁ মূলতঃ তেলুগু ভাষাৰ গান গায় আৰু তেওঁ সাংস্কৃতিক গীতৰ বাবে পৰিচিত। তেওঁ ছিমা বঁটা আৰু আইআইএফএ উৎসৱ বঁটা লাভ কৰিছে। তেওঁ তেলুগুৰ উপৰিও বঞ্জাৰা, কন্নড়, তামিল আৰু হিন্দী ভাষাত গীত গায়।
-
শিপ্ৰা খান্না
শিপ্ৰা খান্না শিপ্ৰা খান্না এগৰাকী ভাৰতীয় চেলিব্ৰিটি চেফ, ৰেষ্টুৰেণ্টৰ মালিক, লেখিকা আৰু দূৰদৰ্শনৰ জনপ্ৰিয় ব্যক্তিত্ব। ২৯ বছৰ বয়সত ষ্টাৰ প্লাছত প্ৰচাৰিত ভাৰতীয় টেলিভিছন শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া (২০১২)ৰ দ্বিতীয় ছিজনত জয়ী হোৱাৰ পাছৰ পৰাই তেওঁ পৰিচিত আৰু চৰ্চিত।