১২১ প্ৰবন্ধ
ৰেখা ৰাজু (Rekha Raju) কৰ্ণাটকৰ বেংগালুৰু নিবাসী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য পটিয়সী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ ভাৰতনাট্যম আৰু মোহিনীঅট্টম নৃত্যৰ বিশেষজ্ঞ।