ভাৰতত নাৰীৰ অধিকাৰ
৫ প্ৰবন্ধ
-
নিৰ্ভয়া সমাৰোহ
নিৰ্ভয়া সমাৰোহ (Nirbhaya Samaroh) মহিলাৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' বা মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ দ্বাৰা আয়োজিত এক বাৰ্ষিক নৃত্য আৰু সাংগীতিক অনুষ্ঠান।
-
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ (ইংৰাজী: Human rights issues in northeast India) সংবাদ মাধ্যমত আৰু মানৱ অধিকাৰ কৰ্মীসকলে বহুলভাৱে প্ৰকাশ কৰি আহিছে।
-
কিশোৰী শক্তি যোজনা
কিশোৰী শক্তি যোজনা হৈছে (Adolescent Girl Empowerment Scheme)ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা এক আঁচনি, যিখন উড়িশা চৰকাৰে সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) চৰকাৰী কাৰ্যসূচীৰ অধীনত ১১ৰ পৰা ১৮ বছৰ বয়সৰ নাবালক ছোৱালীৰ বাবে ৰূপায়ণ কৰে।
-
ভনিতা মাথিল
ভণিতা মাথিল (Vanitha Mathil) আক্ষৰিক ভাবে 'মহিলাৰ দেৱাল' লিংগ সমতা বজাই ৰখা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ভাৰতৰ কেৰালা ৰাজ্যত ২০১৯ চনৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা এক মানৱ শৃংখলা আছিল।
-
ভাৰতত নাৰীৰ যৌনাংগ বিকৃতকৰণ
ভাৰতৰ কিছুমান ইছলামিক গোটৰ মহিলাৰ যৌনাঙ্গ বিকৃতকৰণৰ (Female genital mutilation বা চমুকৈ FGM) প্ৰথা আছে। এইটো সাধাৰণতে ছোৱালী এজনীৰ সাত বছৰ বয়সত কৰা হয় আৰু ভগাঙ্কুৰৰ আৱৰণ (clitoral hood) সম্পূৰ্ণ বা আংশিকভাবে আঁতৰাই পেলোৱা হয়।