বিশ্বৰ লোক গাথা
৪ প্ৰবন্ধ
-
গালিপোটে
গালিপোটে (Galipote), যাক জাঙানো (Zángano) বা লুগাৰু (Lugarú) বুলিও কোৱা হয়, ডমিনিকান ৰিপাব্লিকৰ এটা জনশ্ৰুতিমূলক চৰিত্ৰ। মূলত: চান জুৱান অঞ্চলত উৎপত্তি হোৱা এই কিংবদন্তি ১৭শ আৰু ১৮শ শতিকাৰ পৰা চলি আহিছে।
-
পাটাচোলা
পাটাচোলা(অৰ্থাৎ এঠেঙীয়া ) কলম্বীয় লোকগাথাৰ অৰণ্যনিবাসী এক মহিলা দানৱ। ইহঁতে সাধাৰণতে জংঘলৰ মাজত অকলে থকা পুৰুষ চিকাৰী বা কাঠকটীয়া সকলক লক্ষ্য কৰে, বিশেষকৈ তেওঁলোকে যদি মহিলাৰ বিষয়ে চিন্তা কৰে। পাটাচোলাই সৌন্দৰ্যময়ী মোহিনী ৰূপত দেখা দিয়ে আৰু প্ৰায়ে চিকাৰৰ পৰিচিত প্ৰিয়জনৰ ৰূপ লৈ আহে।
-
মাভকা
মাভকা (ইউক্ৰেইনীয়: Мавка) হৈছে ইউক্ৰেইনীয় লোককথা আৰু পৌৰাণিক আখ্যানৰ এক প্ৰকাৰৰ মহিলা আত্মা। তেওঁলোকক সাধাৰণতে দীঘল চুলি থকা অৰণ্যৰ আত্মা হিচাপে বৰ্ণনা কৰা হয়। মাভকাসকল মোহময়ী সৌন্দৰ্যৰ অধিকাৰী আৰু প্ৰায়েই পুৰুষসকলক আকৃষ্ট কৰে।
-
হৰিণী মহিলা
হৰিণী মহিলা (Eng: Deer Lady) উত্তৰ আমেৰিকাৰ আদিবাসী সংস্কৃতিত এক গুপ্তশক্তিসম্পন্ন প্ৰেতাত্মা, যাৰ স্বভাৱ আৰু গুণবোৰ পৰিস্থিতি অনুসৰি সলনি হয়। বিশেষকৈ মহিলা আৰু শিশুসকলক কষ্ট দিয়া পুৰুষসকলৰ বাবে,এই প্ৰেতাত্মাই প্ৰতিশোধপৰায়ণ আৰু ভয়ংকৰ ৰূপত দেখা দিয়ে।