প্ৰকল্প
৬ প্ৰবন্ধ
-
বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ।
-
সহস্ৰাব্দ উন্নয়ন লক্ষ্য
ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্য (Millennium Development Goals) হৈছে আঠটা লক্ষ্য যি বোৰ ৰাষ্ট্ৰসংঘৰ সকলো ১৯১জন সদস্য ৰাষ্ট্ৰই ২০১৫ চনৰ ভিতৰত প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিবলৈ সন্মত হৈছিল।
-
মানৱ দুগ্ধ বেংক
মানৱ দুগ্ধ বেংক বা মাতৃদুগ্ধ বেংক (Human milk bank) প্ৰাপক শিশুৰ সৈতে জৈৱিকভাৱে সম্পৰ্কিত নোহোৱা দুগ্ধৱতী মাতৃসকলে দান কৰা মানৱ দুগ্ধ সংগ্ৰহ, সংৰক্ষণ, সংসাধন আৰু বিতৰণ কৰা একপ্ৰকাৰৰ সেৱা। নৱজাতক শিশুৰ বাবে সৰ্বোত্তম পুষ্টিৰ উৎস হৈছে মাতৃদুগ্ধ।
-
ৱিকিপিডিয়া জিৰ’
ৱিকিপিডিয়া জিৰ’ (Wikipedia Zero) আছিল ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা শূন্য ৰেটিংৰ মাধ্যমেৰে ম'বাইল ফোনত বিশেষকৈ উন্নয়নশীল দেশসমূহে বিনামূলীয়াকৈ ৱিকিপিডিয়া প্ৰদান কৰা এক প্ৰকল্প। এই প্ৰ'গ্ৰামটোৰ বিশেষকৈ উদ্দেশ্য আছিল ডাটা-ব্যৱহাৰৰ ব্যয় অবিহনে বিনামূলীয়া জ্ঞানৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা।
-
আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন
আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (Students' Experience in Inter-state Living) অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক প্ৰকল্প। উত্তৰ-পূব ভাৰতক অৱশিষ্ট ভাৰতৰ সৈতে একাত্মতা ভাৱেৰে যুক্ত কৰি এই অংশৰ যুৱ প্ৰজন্মক প্ৰকৃত দিকদৰ্শণ আৰু প্ৰশিক্ষণেৰে আগবঢ়াই নিয়াই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য।
-
তিনি গিৰিসংকটৰ বান্ধ
তিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক বান্ধ। এই বান্ধখন চীন দেশৰ হুবেই (Hubei) প্ৰদেশৰ ইচাং (Yichang) চহৰৰ ওচৰত Yangtze নদীৰ ওপৰত অৱস্থিত।