নাৰীৰ বিৰুদ্ধে হিংসা
৩৪ প্ৰবন্ধ
-
ভৰি বান্ধি ৰখা
ভৰি বান্ধি ৰখা বা ভৰি বান্ধি দিয়া (Foot Binding) চীনৰ প্ৰথা আছিল। এই প্ৰথাত সৰু ছোৱালীৰ ভৰিৰ আকৃতি আৰু আকাৰ সলনি কৰিবলৈ টানকৈ বান্ধি থোৱা হৈছিল। পৰিৱৰ্তিত পদযুগলক পদ্ম পদ বুলি জনা গৈছিল আৰু এই ভৰিৰ বাবে নিৰ্মিত জোতাক পদ্ম জোতা বুলি জনা গৈছিল।
-
যোনিৰ আঘাত
যোনিৰ আঘাত (Vaginal trauma) হৈছে স্ত্ৰী জনন অংগত হোৱা আঘাত। এয়া সন্তান জন্ম, যৌন আক্ৰমণ যেনে বলপূৰ্বক যৌন সম্পৰ্ক, ধৰ্ষণ, আৰু দুৰ্ঘটনাজনিত ঘটনাৰ সময়ত হ'ব পাৰে। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত, মন্স পিউবি আৰু লেবিয়া মেজৰাৰ সুৰক্ষামূলক কাৰ্যৰ বাবে যোনি মুখ্যতঃ আঘাতৰ পৰা সুৰক্ষিত থাকে।
-
লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ
লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্য, বা লেছব'ফ'বিয়া হৈছে লেছবিয়ানসকলৰ প্ৰতি ব্যক্তি হিচাপে, দম্পতী হিচাপে, সামাজিক গোট হিচাপে বা সাধাৰণতে লেছবিয়ানবাদৰ প্ৰতি দেখুওৱা বিভিন্ন ধৰণৰ পক্ষপাতিত্ব আৰু নেতিবাচকতা।
-
ৰেশমা কুৰেশ্বী
ৰেশমা কুৰেশ্বী ( Reshma Qureshi ) এগৰাকী ভাৰতীয় মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ মেক লাভ নট স্কাৰছৰ (অৰ্থ:ভাল পোৱা, দাগ নহয়) মুখপাত্ৰ। ২০১৬ চনৰ নিউয়ৰ্ক ফেশ্বন উইকত ফেচন ডিজাইনাৰ অৰ্চনা কোছাৰৰ বাবে কেটৱকত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকাত মডেলিঙৰ ক্ষেত্ৰখনত ৰেশমাৰ আগ্ৰাসন ঘটিছিল।