নাৰীবাদী প্ৰতিবাদ
৭ প্ৰবন্ধ
-
বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণ
১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সামৰিক বাহিনী আৰু ৰাজাকাৰ অৰ্ধসামৰিক বাহিনীৰ সদস্যসকলে গণহত্যাৰ ধৰ্ষণৰ পদ্ধতিগত অভিযানত ২ লাখৰ পৰা ৪ লাখ বঙালী মহিলা আৰু ছোৱালীক ধৰ্ষণ কৰিছিল।পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ ধৰ্ষণৰ বলি হোৱা অধিকাংশই আছিল হিন্দু মহিলা।
-
নাৰীবাদ আৰু প্ৰচাৰ মাধ্যম
নাৰীবাদৰ সামাজিক-ৰাজনৈতিক আন্দোলন আৰু মতাদৰ্শৰ বিষয়ে বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে। এই মাধ্যমসমূহৰ ভিতৰত আছে:বাতৰি কাকত, সাহিত্য, ৰেডিঅ’, টেলিভিছন, ছ’চিয়েল মিডিয়া, চলচ্চিত্ৰ, ভিডিঅ’ গেম আদি। বহু নাৰীবাদী আন্দোলনৰ সফলতাৰ বাবে এইবোৰ অপৰিহাৰ্য হিচাপে বিবেচিত হৈছে।
-
আন্তঃৰাষ্ট্ৰীয় নাৰী ধৰ্মঘট
আন্তঃৰাষ্ট্ৰীয় নাৰী ধৰ্মঘট (ইংৰাজী: International Women's Strike), যাক ‘পাৰো ইণ্টাৰনেচনেল ডি মুজেৰেছ’ বুলিও জনা যায়, হৈছে ২০১৭ আৰু ২০১৮ চনত আৰম্ভ হোৱা এক গোলকীয় আন্দোলন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ৫০ খনতকৈও অধিক দেশত এই আন্দোলনৰ সমন্বয় কৰা হয়।
-
এছিয়াত নাৰী মুক্তি আন্দোলন
এছিয়াত নাৰী মুক্তি আন্দোলন (Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
বেশৰ্মী মৰ্চা
বেশৰ্মী মৰ্চা (Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা।
-
মিছ আমেৰিকা প্ৰটেষ্ট
মিছ আমেৰিকা প্ৰটেষ্ট ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত আমেৰিকাৰ আটলাণ্টিক চিটিত সংঘটিত এক নাৰীবাদী প্ৰতিবাদ। ই আছিল মিছ আমেৰিকা ১৯৬৯ প্ৰতিযোগিতাৰ বিৰুদ্ধে প্ৰায় নাৰীবাদী আৰু নাগৰিক অধিকাৰৰ হকে মাত মতা ব্যক্তিয়ে অংশগ্ৰহণ কৰা এক বিক্ষোভ।
-
শনিবাৰৰ মাতৃসকল
শনিবাৰৰ মাতৃসকল তুৰস্কৰ ইস্তানবুলৰ গালাটাছাৰাইত প্ৰতি শনিবাৰে দুপৰীয়া আধা ঘণ্টা সময় ধৰি গোট খায় আৰু প্ৰথম অৱস্থাত নিৰুদ্দেশ হোৱা আত্মীয়ৰ বিষয়ে স্পষ্টীকৰণ বিচাৰে।