নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী
৩৬ প্ৰবন্ধ
-
মৰিয়ম উৱাইছ
মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লেইলা ছেইণ্ট মেথিউ ডেনিয়েল
লাইলা ছেইণ্ট মেথিউ-ডেনিয়েল (Laila St. Matthew-Daniel; জন্ম: -১৪ ফেব্ৰুৱাৰী, ১৯৫৩) এগৰাকী কাৰ্যবাহী প্ৰশিক্ষক, নেতৃত্ব প্ৰশিক্ষক, বক্তা, লেখিকা, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা।
-
সৌদাতু মাহদি
সৌদাতু মাহদি (Saudatu Mahdi; জন্ম:-২০ এপ্ৰিল ১৯৫৭)নাইজেৰিয়ান অধিবক্তা আৰু মহিলা অধিকাৰৰ এগৰাকী সমৰ্থক। তেওঁ মহিলা অধিকাৰ উন্নীতকৰণ আৰু সুৰক্ষা বিকল্প (WRAPA)ৰ মহাসচিব।
-
ৰংকে ড'হাৰ্টি
কুইনী ৰংকে ড'হাৰ্টি (Ronke Doherty) নাইজেৰিয়াৰ এগৰাকী মহিলা নেত্ৰী আছিল৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈকে মহিলা সমাজৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভানেত্ৰী আছিল। ১৯৭০ চনত ৰাজনৈতিক পদত নিযুক্তি পোৱা নিৰ্বাচিত কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁৱো আছিল।
-
ৰোজলিন আদেউইয়ী
ৰোজলিন আদেবিম্পে আদেউইয়ী (Roseline Adewuyi) এগৰাকী নাইজেৰিয়ান সমাজ শিক্ষাবিদ, লিংগ সমৰ্থক আৰু নাৰীবাদী। ২০২০ চনত নাইজেৰিয়াৰ ৬০ সংখ্যক স্বাধীনতা উদযাপনৰ বাবে বিজনেছডে ৱমেন’ছ হাবে তালিকাভুক্ত কৰা ষাঠিগৰাকী মহিলাৰ ভিতৰত তেওঁৰ নামো আছিল৷ কন্যা সন্তানৰ বিকাশৰ দিশত কৰা কামৰ বাবে তেওঁক ২০১৮ চনত দালাই…
-
ৱুৰাওলা এছান
প্ৰধান ৱুৰাওলা আদেপেজু এছান (Chief Wuraola Adepeju Esan, ১৯০৯–১৯৮৫) এগৰাকী নাইজেৰিয়ান শিক্ষয়িত্ৰী, নাৰীবাদী আৰু ৰাজনীতিবিদ আছিল। ইবাদানৰ ইয়ালোড হিচাপে কাম কৰি তেওঁ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাক এজন পৰম্পৰাগত অভিজাত ব্যক্তিৰ উচ্চাকাংক্ষাৰ সৈতে সংযুক্ত কৰিছিল।