নলবাৰী জিলা
৫ প্ৰবন্ধ
-
নলবাৰী জিলা
নলবাৰী জিলা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন প্ৰশাসনিক জিলা, যিখন ১৯৮৫ চনত পৃথক জিলা হিচাপে গঠিত হয়। নলবাৰী সদৰক কেন্দ্ৰ কৰি জিলাখনৰ ভূগোল, নদ-নদীজাল, জনবসতি আৰু প্ৰশাসনিক বিন্যাসে ইয়াক অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ একক ৰূপে চিহ্নিত কৰে।
-
নলবাৰী
নলবাৰী অসমৰ পশ্চিমাংশত অৱস্থিত নলবাৰী জিলাৰ এখন গুৰুত্বপূৰ্ণ চহৰ, যাৰ বিকাশত ৰেলপথ, শিক্ষা প্ৰতিষ্ঠান আৰু প্ৰশাসনিক স্থাপনৰ বিশেষ ভূমিকা আছে। সংস্কৃত শিক্ষাৰ ঐতিহ্য আৰু আধুনিক উচ্চশিক্ষা-গৱেষণাৰ সুযোগে নলবাৰীক আঞ্চলিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
-
টিহু
টিহু (Pron:ˈtɪhuː) (Tihu) অসমৰ নলবাৰী জিলা ত অৱস্থিত এখন ঠাই।
-
নলবাৰী মহাবিদ্যালয়
নলবাৰী মহাবিদ্যালয় (Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী।
-
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Nalbari Medical College and Hospital) অসমৰ নলবাৰী জিলাৰ নলবাৰীত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে।