দক্ষিণ কোৰিয়াৰ ব্যক্তি
৫ প্ৰবন্ধ
-
হান কাং
হান কাং (Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে।
-
চুং হা
কিম চুং-হা (ইংৰাজী: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ কেৱল চুং হা নামেৰেও পৰিচিত।
-
ছং কাং
ছং কাং (কোৰিয়ান: 송강; জন্ম: ২৩ এপ্ৰিল, ১৯৯৪) এজন দক্ষিণ কোৰিয়ান অভিনেতা। লাভ এলাৰ্ম (২০১৯–২০২১), ছুইট হোম (২০২০–২০২৪), নেভাৰথেলেছ (২০২১), ফৰকাষ্টিং লাভ এণ্ড ৱেদাৰ (২০২২), আৰু মাই ডেমন (২০২৩–২০২৪) নাটকত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
জং কুক
জন জং কুক ( জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৭), একনামেৰে জং কুক নামেৰে জনাজাত। জুং কক এজন দক্ষিণ কোৰিয়াৰ গায়ক আৰু গীতিকাৰ। দক্ষিণ কোৰিয়াৰ বয় বেণ্ড বিটিএছৰ সদস্য আৰু কণ্ঠশিল্পী হিচাপে তেওঁ খ্যাতি লাভ কৰিছিল।
-
দিতা কাৰাং
অনক আগুঙ আয়ু পুষ্পা আদিত্য কাৰাং (দিতা কাৰাং নামেৰে পৰিচিত; কোৰিয়ান: 디타카랑), এজন ইণ্ডোনেছিয়াৰ গায়িকা যিয়ে দক্ষিণ কোৰিয়াত কৰ্মজীৱন আৰম্ভ কৰিছে। তেওঁ দক্ষিণ কোৰিয়াৰ মহিলা আইডল দল ছিক্ৰেট নাম্বাৰৰ সদস্য হিচাপে জনাজাত, লগতে কে-পপ শিল্পত আইডল হিচাপে অভিষেক কৰা প্ৰথম ইণ্ডোনেছিয়ান মহিলা।