চেক গণৰাজ্যৰ ব্যক্তি
৪ প্ৰবন্ধ
-
ফ্ৰান্ৎছ কাফকা
ফ্ৰান্ৎছ কাফকা (Franz Kafka,; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) আছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰাগত জন্মগ্ৰহণ কৰা এজন জাৰ্মানভাষী ইহুদী চেক লেখক আৰু ঔপন্যাসিক।
-
এণ্টনিন দ্ভাৰাক
এণ্টনিন দ্ভাৰাক (Antonín Leopold Dvořák; ৮ ছেপ্টেম্বৰ ১৮৪১ – ১ মে' ১৯০৪) আছিল এজন বিখ্যাত চেক সংগীতকাৰ। তেওঁ ইউৰোপীয় ৰোমাণ্টিক যুগৰ অন্যতম শ্ৰেষ্ঠ সংগীতসৃষ্টি কৰ্তা হিচাপে গণ্য। তেওঁৰ সংগীতত বোহেমিয়ান (চেক) লোকসংগীতৰ প্ৰভাৱ উল্লেখযোগ্য।
-
দানা দ্ৰাবোভা
দানা দ্ৰাবোভা (ইংৰাজী: Dana Drábová; ৩ জুন ১৯৬১ – ৬ অক্টোবৰ ২০২৫) এগৰাকী চেক পদাৰ্থ বিজ্ঞানী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০২৫ চনলৈকে ষ্টেট অফিচ ফৰ নিউক্লিয়েৰ চেফটিৰ অধ্যক্ষ আছিল আৰু ২০২৩ চনত কনভেনচন অন নিউক্লিয়েৰ চেফটিৰ সদস্য দেশসমূহৰ বৈঠকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লুচী বাকেছোভা
লুচী বাকেছোভা (পূৰ্বৰ উপাধি ৱাঙ্কলোভা; ২৬ ডিচেম্বৰ ১৮৫৩ – ২ এপ্ৰিল ১৯৩৫) এগৰাকী চেক নৃতত্ত্ববিদ, লোকসংস্কৃতি সংগ্ৰাহক আৰু সমাজকৰ্মী আছিল।