চন্দ্ৰ সম্পৰ্কীয় মিথ
৪ প্ৰবন্ধ
-
চন্দ্ৰক নমাই অনা
চন্দ্ৰক নমাই অনা (ইংৰাজী: Drawing down the Moon), যাক 'দেৱীক নমাই অনা' বুলিও জনা যায়, হৈছে বহুতো সমসাময়িক ৱিকা (Wicca) পৰম্পৰাৰ এক কেন্দ্ৰীয় ধৰ্মীয় ৰীতি।
-
দ্য বাৰীড মুন
দ্য বাৰীড মুন (ইংৰাজী: The Buried Moon, অৰ্থ: পুতি থোৱা চন্দ্ৰ) বা দ্য ডেড মুন (The Dead Moon) হৈছে জোচেফ জেকবছে তেওঁৰ ম’ৰ ইংলিছ ফেয়াৰী টেলছত অন্তৰ্ভুক্ত কৰা এটা সাধুকথা। ইয়াৰ সংস্কৰণ অতি কম আৰু সাধাৰণ সাধুকতাতকৈ ইয়াত পৌৰাণিক উপাদান অধিক দেখা যায়।
-
দ্য ষ্টাৰ
"দ্য ষ্টাৰ" (ইংৰাজী: The Star) হৈছে ইংৰাজ লেখক আৰ্থাৰ চি. ক্লৰ্কৰ দ্বাৰা ৰচিত এটা কল্পবিজ্ঞান চুটি গল্প। ই ১৯৫৫ চনত ইনফিনিটি চায়েন্স ফিকচন নামৰ কল্পবিজ্ঞান আলোচনীত প্ৰকাশ পাইছিল আৰু ১৯৫৬ চনত হ্যুগো বঁটা লাভ কৰিছিল।
-
ফাক্ৰেদিন
শ্বেখ বা মেলিক ফাক্ৰেদিন (ইংৰাজী: Şêx Fexredîn, Melik Fexredîn) হৈছে য়াজিদীবাদত উপাসনা কৰা এগৰাকী পবিত্ৰ সত্তা। তেওঁক সাতগৰাকী ঐশ্বৰিক সত্তাৰ ভিতৰত এজন বুলি গণ্য কৰা হয়, যাৰ ওপৰত ভগৱানে পৃথিৱীৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে।