কানাডা
১০ প্ৰবন্ধ
-
কানাডা
কানাডা (Canada; উচ্চাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে। কানাডাত উত্তৰ আমেৰিকাৰ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আৰু উত্তৰ দিশলৈ আৰ্কটিক মহাসাগৰলৈকে বিস্তৃত হৈ আছে, যাৰ ফলত ই মুঠ…
-
ব্ৰিটিছ কলম্বিয়া
ব্ৰিটিছ কলম্বিয়া (BC; Colombie-Britannique) কানাডাৰ আটাইতকৈ পশ্চিম প্ৰান্তৰ এখন প্ৰদেশ। প্ৰশান্ত মহাসাগৰ আৰু ৰকি পৰ্বতমালাৰ মাজত অৱস্থিত এই প্ৰদেশখন উপকূল, অৰণ্য, হ্ৰদ, পাহাৰ, অভ্যন্তৰীণ মৰুভূমি আৰু ঘাঁহনিৰে ভৰা সমভূমিৰে প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ।
-
এলবাৰ্টা
এলবাৰ্টা (Alberta) কানাডাৰ তেৰখন প্ৰদেশ আৰু ভূখণ্ডৰ ভিতৰত অন্যতম। ই পশ্চিম কানাডাৰ অংশ আৰু তিনিখন প্ৰেৰি প্ৰদেশ (Canadian Prairies)ৰ ভিতৰত অন্যতম। এলবাৰ্টাৰ পশ্চিমে ব্ৰিটিছ কলম্বিয়া, পূবে ছাস্কাচেৱান, উত্তৰে উত্তৰ-পশ্চিম টেৰিটৰী (NWT) আৰু দক্ষিণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্টানা।
-
ভেনকুভাৰ
ভেনকুভাৰ (Vancouver) ব্ৰিটিছ কলম্বিয়াৰ নিম্ন মূল ভূখণ্ড অঞ্চলত অৱস্থিত পশ্চিম কানাডাৰ এখন প্ৰধান চহৰ। ২০২১ চনৰ কানাডাৰ লোকপিয়ল অনুসৰি ৬৬২,২৪৮ গৰাকী জনসংখ্যাৰে এই চহৰখন প্ৰদেশখনৰ আটাইতকৈ জনবহুল চহৰ।
-
অটোৱা ফেষ্টিভেলছ
অটোৱা ফেষ্টিভেলছ (Ottawa Festivals) হৈছে কানাডাৰ অটোৱা, অন্টাৰিঅ’ত অৱস্থিত সদস্য ভিত্তিক এটা সংস্থা। ই অঞ্চলটোৰ মহোৎসৱ উদ্যোগটোক সহায় আৰু প্ৰসাৰ কৰে। ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোত ৫৩ টা মহোৎসৱ অন্তৰ্ভুক্ত হৈ আছে যিয়ে স্থানীয় সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰণৰ সংস্কৃতি, কলা আৰু মনোৰঞ্জন…
-
কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা
উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল।
-
কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ
কানাডাত সৰ্বমুঠ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আছে। এই সকলোবোৰ কানাডাৰ সংবিধানৰ অধীনত উপ-ৰাষ্ট্ৰীয় প্ৰশাসনিক বিভাগ। ১৮৬৭ চনত কানাডাৰ কনফেডাৰেচন (Canadian Confederation)ত ব্ৰিটিছ উত্তৰ আমেৰিকাৰ তিনিখন প্ৰদেশ অৰ্থাৎ নিউ ব্ৰুন্সউইক,ন'ভা স্ক'চিয়া আৰু কানাডা প্ৰদেশ (যি কনফেডাৰেচনৰ পিছত অন্টাৰিঅ’ আৰু…
-
কেলগাৰী ষ্টেম্পেড
কেলগাৰী ষ্টেম্পেড হৈছে প্ৰতি জুলাই মাহত কানাডাৰ আলবাৰ্টাৰ কেলগাৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক ৰ'ডিঅ', প্ৰদৰ্শনী আৰু উৎসৱ। দহদিনীয়া এই অনুষ্ঠানটোৱে নিজকে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আউটড'ৰ শ্ব'" বুলি মান্য়তা দিয়ে।
-
পিন ক'ড H0H 0H0
পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বাবে নিৰ্ধাৰিত পিন ক'ড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন ক'ড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে।
-
২ ফ্ৰগছ ইন দ্য ৱেষ্ট
২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী: 2 frogs dans l'ouest, ইংৰাজী: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।