ওড়িশাৰ ব্যক্তি
৫ প্ৰবন্ধ
-
দময়ন্তী বেশ্ৰা
দময়ন্তী বেশ্ৰা (Damayanti Beshra, ১৮ ফেব্ৰুৱাৰী ১৯৬২) এগৰাকী চাঁওতালি লেখিকা আৰু আদিবাসী গৱেষক। তেওঁ বিশেষকৈ চাঁওতালি ভাষাৰ সাহিত্যৰ বাবে তেওঁ পৰিচিত। ২০০৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 'কৰম দাৰ' চাঁওতালি ভাষাৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ কৰিছিল।
-
ৰিতেশ আগৰৱাল
ৰিতেশ আগৰৱাল এগৰাকী ভাৰতীয় বিলিয়নাৰ উদ্যোগী ব্যক্তি। তেওঁ অয়' ৰুমছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া।
-
নম্ৰতা সুন্দৰেসন
নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷
-
পি. কে. মহানন্দিয়া
প্ৰদ্যুম্ন কুমাৰ মহানন্দিয়া (ইংৰাজী: Pradyumna Kumar Mahanandia; জন্ম: ১৯৪৯) ভাৰতৰ জন্মগ্ৰহণ কৰা ছুইডেনৰ শিল্পী, যিয়ে ১৯৭৭ চনত ভাৰতৰ নতুন দিল্লীৰ পৰা ছুইডেনৰ বৰাছলৈ ছেকেণ্ড হেণ্ড চাইকেলেৰে যাত্ৰা কৰি ছুইডেনৰ পত্নী চাৰ্লট ভন শ্বেডভিনৰ সৈতে পুনৰ মিলিত হোৱাৰ বাবে বিখ্যাত।
-
সৰোজিনী হেমব্ৰাম
সৰোজিনী হেমব্ৰাম (ইংৰাজী: Sarojini Hembram; ১ অক্টোবৰ ১৯৫৯) ওড়িশা ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বিজু জনতা দলৰ (BJD) এগৰাকী সক্ৰিয় কৰ্মকৰ্তা। ২০০৯ চনত বাংৰিপোছি (ওড়িশা বিধান সভা সমষ্টি)ৰ পৰা ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈ ওড়িশা চৰকাৰৰ বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্পৰ মন্ত্ৰী হয়।