উগাণ্ডাৰ নাৰী অধিকাৰ কৰ্মী
৭ প্ৰবন্ধ
-
ছান্দ্ৰা কুইকিৰিজা
ছান্দ্ৰা কুইকিৰিজা (Sandra Kwikiriza) এগৰাকী উগাণ্ডাৰ নাৰীবাদী, এল বি কিউ অধিকাৰ কৰ্মী আৰু ডিজিটেল অধিকাৰ কৰ্মী। তেওঁ HER Internet নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।
-
ডৰকাছ আচেন
ডৰকাছ আচেন (Dorcus Acen) উগাণ্ডাৰ ৰাজনীতিবিদ আৰু উগাণ্ডাৰ একাদশ সংসদত আলেবটং জিলা মহিলা প্ৰতিনিধি।উগাণ্ডাৰ দশম সংসদত তেওঁ এগৰাকী স্বতন্ত্ৰ ৰাজনীতিবিদ হিচাপে আলেবটং জিলা মহিলা প্ৰতিনিধি হিচাপে থিয় দিছিল।
-
পুমলা এলেন গজৱানা কিসোচনকোলে
পুমলা এলেন গজৱানা কিসোচনকোলে (Pumla Ellen Ngozwana Kisosonkole) (১৯১১–১৯৯৭) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মহিলা সংগঠনৰ কৰ্মী আছিল।
-
বাৰ্বাৰা আলিমাডি
বাৰ্বাৰা এন আলিমাডি (Barbara Ann Allimadi; প্ৰায় ১৯৭২ – ২৭ এপ্ৰিল ২০২০) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মী আছিল।
-
মিলি নাছোলো
মিলি নাছোলো কিকোমেকো (Milly Nassolo) এগৰাকী উগাণ্ডাৰ সামাজিক উদ্যোগী, কৰ্মী আৰু অধিবক্তা। তেওঁ কাগাডি জিলাত অৱস্থিত এটা অলাভজনক সংস্থা মাইছা হোলিষ্টিক আফ্ৰিকা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
-
ষ্টেলা নানচিকোম্বি মাকুবুয়া
ষ্টেলা নানচিকোম্বি মুকাছা মাকুবুয়া (Stella Nansikombi Makubuya), (১১ নৱেম্বৰ ১৯৬৭ – ৫ ছেপ্তেম্বৰ ২০১৮), উগাণ্ডাৰ এগৰাকী মানৱ অধিকাৰ অধিবক্তা, আৰু মহিলা অধিকাৰ কৰ্মী যি আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ (ICRW) ত আফ্ৰিকাৰ বাবে আঞ্চলিক পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ICRW)
-
ৰবিনা গুৰেমে ৰৱাকোজো
ৰবিনা গুৰেমে ৰৱাকোজো (Robina Gureme Rwakoojo) এগৰাকী উগাণ্ডাৰ অধিবক্তা, বিধায়ক যি বৰ্তমান উগাণ্ডাৰ একাদশ সংসদৰ গম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ সংসদৰ প্ৰতিনিধি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম)ৰ সৈতে জড়িত। তেওঁ উগাণ্ডাৰ দশম সংসদতো কাৰ্যনিৰ্বাহ কৰিছিল।