অসমৰ প্ৰশাসনিক অঞ্চল
৪ প্ৰবন্ধ
-
বড়োলেণ্ড
বড়োলেণ্ড, আনুষ্ঠানিকভাৱে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ), অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক স্বায়ত্তশাসিত ক্ষেত্ৰীয় অঞ্চল। বড়ো আন্দোলন আৰু ২০০৩ চনৰ বড়ো চুক্তিৰ ফলত গঢ় লৈ উঠা এই অঞ্চলটো বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ জৰিয়তে পৰিচালিত হয়।
-
উজান বজাৰ
উজান বজাৰ (Ujaan Bazar) কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটীৰ এখনি ব্যস্ত ঠাই। ই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত। গুৱাহাটীৰ লতাশিল খেলপথাৰৰ ঠাইতে পূৰ্বতে এটা ডাঙৰ পুখুৰী আছিল আৰু তাৰ তিনিফালে তিনিখন বজাৰ বহিছিল। তাৰে এখন বজাৰৰ নাম আছিল উজান বজাৰ।
-
অসমৰ সমজিলাসমূহৰ তলিকা
সমজিলা (Co-District) ভাৰতৰ অসম ৰাজ্যৰ জিলা-স্তৰৰ তলৰ এক প্ৰশাসনিক একক। ৰাজ্যখনৰ প্ৰশাসনিক সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অধিক সহজে লৈ যোৱা আৰু জিলা সদৰৰ ওপৰত প্ৰশাসনিক চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে অসমত সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
-
ৰূপহী পথাৰ
শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।