অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ অভিনেত্ৰী
৯ প্ৰবন্ধ
-
এলিজাবেথ ডেবিকি
এলিজাবেথ ডেবিকি (ইংৰাজী: Elizabeth Debicki; জন্ম: ২৪ আগষ্ট ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। ফ্ৰান্সৰ পেৰিছত জন্মগ্ৰহণ কৰা আৰু মেলবৰ্ণত ডাঙৰ-দীঘল হোৱা ডেবিকিয়ে মেলবৰ্ণ বিশ্ববিদ্যালয়ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।
-
এৰিন মেকনাট
এৰিন মেকনাট (ইংৰাজী: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
কেট ব্লাঞ্চেট
কেথেৰিন এলিচ ব্লাঞ্চেট (জন্ম ১৪ মে' ১৯৬৯) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁৰ প্ৰজন্মৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনয় শিল্পী হিচাপে গণ্য কৰা ব্লাঞ্চেটক মঞ্চ আৰু পৰ্দাৰ বহুমুখী অভিনয়ৰ বাবে জনা যায়।
-
কেথেৰিন লেংফোৰ্ড
কেথেৰিন লেংফোৰ্ড (ইংৰাজী: Katherine Langford; জন্ম: ২৯ এপ্ৰিল ১৯৯৬) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। কেইবাখনো স্বতন্ত্ৰ ছবিত অভিনয় কৰাৰ পাছত নেটফ্লিক্সৰ টেলিভিছন ধাৰাবাহিক ১৩ ৰিজনছ ৱাই (২০১৭–২০১৮)ত হান্না বেকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে, যাৰ ফলত তেওঁ গোল্ডেন গ্ল’ব বঁটাৰ বাবে…
-
ক্লেয়াৰ হ'ল্ট
ক্লেয়াৰ ৰিয়ানন হ'ল্ট (জন্ম ১১ জুন ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান অভিনেত্ৰী। ২০০৯ চনত আমেৰিকালৈ গৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ফেণ্টাছি ধাৰাবাহিক এইচ টু অ': জাষ্ট এড ৱাটাৰ (২০০৬–২০০৮)-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
চন্দ্ৰিকা ৰবি
চন্দ্ৰিকা ৰবি (ইংৰাজী: Chandrika Ravi) এগৰাকী ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান অভিনেত্ৰী। তেওঁ অষ্ট্ৰেলিয়াতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ অভিনয় তথা মডেলিং কেৰিয়াৰৰ বাবে লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়। ২০১৮ চনৰ ভাৰতীয় ছবি ইৰুত্তু আৰায়িল মুৰাত্তু কুথুত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত হৈ পৰে।
-
ছামাৰা ৱিভিং
ছামাৰা ৱিভিং (ইংৰাজী: Samara Weaving; জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ অষ্ট্ৰেলিয়ান টেলিভিছন ধাৰাবাহিক আউট অৱ দ্য ব্লু (২০০৮)-ত কৰা অভিনয়ৰ জৰিয়তে চৰ্চালৈ আহে আৰু চাব অপেৰা হোম এণ্ড এৱে (২০০৯–২০১৩)-ত ইণ্ডি ৱাকাৰৰ চৰিত্ৰত অভিনয় কৰি এটা এএচিটিএ বঁটাৰ মনোনয়ন…
-
বেলা হিথকট
ইজাবেলা হিথকট (জন্ম: ১৯৮৭) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। এক'লাইটছ (২০০৮)ত তেওঁৰ চলচ্চিত্ৰ অভিষেক ঘটাৰ পিছত তেওঁ টেলিভিছনৰ ছ'প অপেৰা নেইবাৰ্ছ (২০০৯)ত আমাণ্ডা ফাউলাৰ হিচাপে পুনৰাবৃত্তিমূলক ভূমিকা পালন কৰে।
-
মিলি এলকক
আমেলিয়া মে এলকক (জন্ম ১১ এপ্ৰিল ২০০০) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। ফক্সটেলৰ কমেডী-ড্ৰামা আপৰাইট (২০১৯–২০২২) ত অভিনয় কৰাৰ বাবে তেওঁ AACTA বঁটাৰ বাবে মনোনয়ন লাভ কৰে।