ইতিহাসৰ আজিৰ দিনত
১৩ নৱেম্বৰ
ঘটনাৱলী
- ১৯১৩ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
জন্ম
- ১৮৩১জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী।
- ১৯২৩উপেন্দ্ৰনাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
- ১৯৬৭জুহি চাওলা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯০৭ফ্ৰান্সিছ থমছন, ইংৰাজ কবি।
- ১৯৪৭নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি।
- ১৯৯৮সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, যশস্বী কবি, সাহিত্যিক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল।
- ২০০০উপেন্দ্ৰনাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
- ২০০৭ড॰ চন্দ্ৰধৰ চমুৱা, নাট্যকাৰ সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ