অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৰুছ-ইউক্ৰেনীয় যুদ্ধ

ৰুছ-ইউক্ৰেনীয় যুদ্ধ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলিত এক যুদ্ধ য'ত মুখ্যতঃ ৰাছিয়া, ৰাছিয়া-পন্থী বাহিনী আৰু এফালে বেলাৰুছ আৰু আনফালে ইউক্ৰেইন আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থক সকল জড়িত হৈ আছে। মৰ্য্যদাৰ বিপ্লৱৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰীমাহত এই সংঘৰ্ষ আৰম্ভ হয়।

হালনাগাদ: ২০ জুন ২০২২ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰুছ-ইউক্ৰেনীয় যুদ্ধ১ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলিত এক যুদ্ধ য'ত মুখ্যতঃ ৰাছিয়া, ৰাছিয়া-পন্থী বাহিনী আৰু এফালে বেলাৰুছ আৰু আনফালে ইউক্ৰেইন আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থক সকল জড়িত হৈ আছে। মৰ্য্যদাৰ বিপ্লৱৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰীমাহত এই সংঘৰ্ষ আৰম্ভ হয়। ক্ৰিমিয়া আৰু ডনবাছৰ কিছু অংশৰ ৰাজনৈতিক স্থিতিৰ ওপৰত থকা মতানৈক্যৰ ফলত এই যুদ্ধৰ সূত্ৰপাত ঘটে, যাক আন্তৰ্জাতিকভাৱে ইউক্ৰেইনৰ অংশ হিচাপে স্বীকৃতি দিয়া হয়।

ৰুছ ইউক্ৰেইনীয় যুদ্ধ
{| | তাৰিখ | | ২০ ফেব্ৰুৱাৰী ২০১৪ - বৰ্তমান * ২য় যুদ্ধ: ২৪ ফেব্ৰুৱাৰী ২০২২ – বৰ্তমান |- | স্থান | | ইউক্ৰেইন |} ৰাছিয়াই ইউক্ৰেইনৰ ডনবাছ অঞ্চল দখল কৰি লয়।
যুদ্ধত লিপ্ত হোৱা ৰাষ্ট্ৰসমূহ
* ইউক্ৰেইন 🇺🇦 ----সমৰ্থক ৰাষ্ট্ৰ: # আমেৰিকা যুক্তৰাষ্ট্ৰ 🇺🇸 # ব্ৰিটেইন 🇬🇧 # ফ্ৰান্স 🇫🇷 # পোলেণ্ড 🇵🇱 # ইজৰাইল 🇮🇱 # তুৰস্ক 🇹🇷 # জাৰ্মানী 🇩🇪 # দক্ষিণ কোৰিয়া 🇰🇷* ৰাছিয়া 🇷🇺 ---- * সমৰ্থক ৰাষ্ট্ৰ: * বেলাৰুছ 🇧🇾 * ছিৰিয় 🇸🇾 * ইৰাণ 🇮🇷 * ভাৰত 🇮🇳 (অৰ্থনৈতিক সাহাৰ্য্য, কিন্তু নিৰপেক্ষ ) * চীন 🇨🇳 * উত্তৰ কোৰিয়া 🇰🇵 * ছাৰ্বিয়া 🇷🇸

ইতিহাস

২০১৪ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াই ক্ৰিমিয়াক ৰাছিয়াৰ সৈতে সংযোজন কৰাৰ সিদ্ধান্ত লয়।২৩৪৫ ২২ আৰু ২৩ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়ান সৈন্য বাহিনী আৰু স্পেচিয়েল ফৰ্চে নভোৰোচিস্কৰ মাজেৰে ক্ৰিমিয়ালৈ যোৱা আৰম্ভ কৰে।৪ ২৭ ফেব্ৰুৱাৰীত মুখা পৰিহিত ৰাছিয়ান সৈন্য বাহিনীয়ে ক্ৰিমিয়া উপদ্বীপক নিজৰ নিয়ন্ত্ৰণলৈ আনে৬ আৰু তেওঁলোকে কৌশলগতভাৱে ক্ৰিমিয়াৰ সংসদ দখল কৰে আৰু ৰাছিয়ান পতাকা উত্তোলন কৰে। ক্ৰিমিয়া উপদ্বীপক ইউক্ৰেইনৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ আৰু অঞ্চলটোৰ ভিতৰত চলাচল সীমিত কৰিবলৈ নিৰাপত্তাৰ বাবে চেকপইণ্ট ব্যৱহাৰ কৰিছিল৷৭৮৯১০

তথ্যসূত্ৰ

  1. ↑ Snyder, Timothy. (2018). The Road to Unfreedom: Russia, Europe, America. Tim Duggan Books. পৃ. 197. ISBN 9780525574477; Mulford, Joshua P. (2016). Non-State Actors in the Russo-Ukrainian War. Connections. পৃ. 89–107; Shevko, Demian; Khrul, Kristina. (2017). Multicultural Societies and their Threats: Real, Hybrid and Media Wars in Eastern and South-Eastern Europe. LIT Verlag Münster. পৃ. 100. ISBN 9783643908254
  2. ↑ Cathcart, Will. (25 April 2014). Putin's Crimean Medal of Honor, Forged Before the War Even Began. The Daily Beast
  3. ↑ В России учредили медаль За возвращение Крыма. korrespondent.net
  4. ↑ The Russian Invasion of the Crimean Peninsula 2014–2015. Johns Hopkins University
  5. ↑ 10 facts you should know about russian military aggression against Ukraine. Ukraine government
  6. ↑ Armed men seize two airports in Ukraine's Crimea, Russia denies involvement — Yahoo News. news.yahoo.com
  7. ↑ Birnbaum, Michael. (15 March 2015). Putin Details Crimea Takeover Before First Anniversary. The Washington Post
  8. ↑ Mackinnon, Mark. (26 February 2014). Globe in Ukraine: Russian-backed fighters restrict access to Crimean city. The Globe & Mail
  9. ↑ (26 February 2014). Russia flexes military muscle as tensions rise in Ukraine's Crimea. CNN
  10. ↑ (26 February 2014). Checkpoints put at all entrances to Sevastopol. Kyiv Post

সম্পৰ্কিত শ্ৰেণী

যুদ্ধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুছ-ইউক্ৰেনীয় যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৩২৪৫৮৯ (২০ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।