ৰংথাইলিয়াং ১ শিপা দলং (Rangthylliang 1 root bridge) হ'ল উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জী অঞ্চলৰ এখন জীৱন্ত শিপাৰ দলং। ইয়াৰ দৈৰ্ঘ্য ৫০ মিটাৰ (১৬০ ফুট)।১২ শিপাৰ দলংসমূহৰ ভিতৰত ই আটাইতকৈ দীঘল। ৰংথাইলিয়াং গাঁৱৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে আৰু তাত এনে আৰু ৫খন শিপাৰ দলং আছে।৩ দুজোপা ৰবৰ (Ficus elastica) গছৰ শিপাৰ পৰা এই দলংখন নিৰ্মাণ কৰা হৈছে। পথচাৰী পাৰাপাৰৰ এই দলংখন দলংখন মাটিৰ পৰা ৩০ মিটাৰ (৯৮ ফুট) ওপৰত ওলমি আছে।৪ ৰংথাইলিয়াঙৰ পৰা মাউকিৰনোট গাঁৱলৈ যোৱা পথত দলংখন আছে৷৫
তথ্যসূত্ৰ
- ↑ Rogers, Patrick A. (14 September 2015). evenfewergoats: The Undiscovered Living Root Bridges of Meghalaya Part 2: Bridges Near Pynursla. evenfewergoats
- ↑ Binayak, Poonam. (17 July 2017). India's Amazing Living Root Bridges Will Blow Your Mind. Culture Trip
- ↑ Binayak, Poonam. (17 July 2017). India's Amazing Living Root Bridges Will Blow Your Mind. Culture Trip
- ↑ The Root Bridges of Cherrapunji. Atlas Obscura
- ↑ EKH Living Root Bridges – Meghalaya Tourism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংথাইলিয়াং ১ শিপা দলং” প্ৰবন্ধৰ সংশোধন ৬০৯৫২৩ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।