অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হেৰিটেজ এক্সপ্ল'ৰাৰ

হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।

হালনাগাদ: ২৯ জুলাই ২০২৫ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।

সম্পৰ্কিত শ্ৰেণী

পোখালিঅসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰিটেজ এক্সপ্ল'ৰাৰ” প্ৰবন্ধৰ সংশোধন ৫২৮৫১৪ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।