স্কাইপ (Skype; ) হ'ল ভি অ’ আই পি (ভইচ অভাৰ আই পি) সঁজুলি যিয়ে দুটা ভইছ চেনেলৰ মাজত সংযোগ স্থাপন কৰে৷ স্কাইপ যি কোনো ব্যক্তিয়ে ডাউন ল'ড কৰি নিজৰ কম্পিউটাৰত স্থাপন কৰিব পাৰে, আৰু তেওঁলোকে কম্পিউটাৰটো এটা ফোনৰ দৰে ব্যৱহাৰ কৰিব পাৰে৷ এটা নেটৱৰ্কত থকা এজন স্কাইপ ব্যৱহাৰকাৰীয়ে আন এজন স্কাইপ ব্যৱহাৰকাৰীলৈ বিনামূল্যে কথা বাতা পাতিব পাৰে৷ বতমানলৈকে স্কাইপ ব্যৱহাৰকাৰীৰ সংখ্যা এক নিযুত ৰ সীমা অতিক্ৰম কৰিছে৷ স্কাইপে দূৰণিৰ ফোনসমূহ অতি কম মূল্যত আৰু উন্নত মানৰ যোগান ধৰে৷ স্কাইপৰ জৰিয়তে আমি ফোন কলসমূহ প্ৰয়োজন অনুসাৰে সংৰক্ষন কৰিব পাৰো ও কেবাজনৰ কথা আমি একে সময়ত পাতিব পাৰোঁ৷
বাহ্যিক সংযোগ
- আধিকাৰিক ৱেবছাইট
- Compilation of research and technology articles involving Skype
- An Experimental Study of the Skype Peer-to-Peer VoIP System
- "Skype, Going Public, Hopes for $100 Million From First Offering" Eric Pfanner, The New York Times, 9 August 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কাইপ” প্ৰবন্ধৰ সংশোধন ৫০২৬৯৩ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।