অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)

লাগুনা ডেল মাউলে (Laguna del Maule) হৈছে চিলিৰ এণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে। আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ।

হালনাগাদ: ৭ জুন ২০২১ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লাগুনা ডেল মাউলে (Laguna del Maule) হৈছে চিলিৰ এণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে।১ আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ। আগ্নেয়গিৰি ক্ষেত্ৰখনে ৫০০ বৰ্গ কি.মি (১৯০ বৰ্গ মাইল) এলেকা আৱৰি আছে। আৰু ইয়াত কমেও ১৩০টা আগ্নেয়গিৰিৰ বেল্ট আছে।২

তথ্যসূত্ৰ

  1. ↑ Frugone-Álvarez et al. 2020, p.1100
  2. ↑ Cordell, Unsworth and Díaz 2018, p. 170

সম্পৰ্কিত শ্ৰেণী

আগ্নেয়গিৰি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)” প্ৰবন্ধৰ সংশোধন ২৮০৮৭৫ (৭ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।