অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ

য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ সমূহৰ আৰম্ভণিতে থাকে ৩টা সংখ্যাযুক্ত স্থান সংকেত আৰু তাৰ পিছত ৬টা সংখ্যা। চাৰ্বিয়াত সাধাৰণতে নম্বৰসমূহ '১'ৰে আৰম্ভ হয়, মেচিড'নিয়াত '৯'ৰে, ক্ৰ'ৱেচিয়াত '৫'ৰে, বচ্‌নিয়াত '৭'ৰে আৰু মণ্টেনেগ্ৰ'ত '৮'ৰে।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ সমূহৰ আৰম্ভণিতে থাকে ৩টা সংখ্যাযুক্ত স্থান সংকেত আৰু তাৰ পিছত ৬টা সংখ্যা। চাৰ্বিয়াত সাধাৰণতে নম্বৰসমূহ '১'ৰে আৰম্ভ হয়, মেচিড'নিয়াত '৯'ৰে, ক্ৰ'ৱেচিয়াত '৫'ৰে, বচ্‌নিয়াত '৭'ৰে আৰু মণ্টেনেগ্ৰ'ত '৮'ৰে।

সংকেত

১ অক্টোবৰ ১৯৯৩ত +৩৮ সংকেতটো বৰ্জন কৰা হ'ল আৰু প্ৰতিটো প্ৰান্তৰ বাবে ভিন ভিন সংকেত নিৰ্ধাৰিত কৰা হ'ল, যেনে মেচিড'নিয়াৰ সংকেত +৩৮৯ আদি। কোনো কোনো ৰাজ্যত সংখ্যা সলাই দিয়াও হৈছিল। যেনে, স্কপ্‌জিজানৰ দূৰভাষ নম্বৰ (০৯১) ৫৫৫ ১২৩ৰ সলনি (০২) ৫৫৫ ১২৩ কৰা হ'ল, আৰু তাৰ পিছত (০২) ৩৫৫ ৫১২৩।

পিচে, ২০০৬ চনলৈকে চাৰ্বিয়া আৰু ম'ণ্টেনেগ্ৰ'ৱে একে সংকেত -- +৩৮১ ব্যৱহাৰ কৰিলে। ২০০৬ চনত ম'ণ্টেনেগ্ৰ'ৰ সংকেত +৩৮২ কৰা হ'ল। +৩৮৮ ইউৰোপীয়ান টেলিফ'নি নাম্বাৰিং স্পেচৰ বাবে ব্যৱহাৰ কৰা হ'ল।

স্থানীয় সংকেতসমূহ

মেচিড'নিয়া

  • (091) - স্কপ্জে, কুমান'ভ'
  • (092) - প্ৰবিষ্টিপ, ষ্টিপ, স্ভেটি নিক'লে
  • (093) - গেভ্‌গেলিগা, ভেলেচ
  • (094) - গষ্টিভাৰ
  • (095) - কিচেভ'
  • (096) - ষ্ট্ৰুগা, ৰেচেন, অহ্ৰিড, ডেবাৰ
  • (097) - ডেমিৰ হিচাৰ, বিট'লা
  • (098) - প্ৰিলেপ
  • (0902) - ৰাড'ভিচ, ষ্ট্ৰুমিকা, ভালাণ্ড'ভ'
  • (0903) - ক'চানি

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ” প্ৰবন্ধৰ সংশোধন ৪৪৬০৯২ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।