অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ম'ৰ্চ ক'ড

ম'ৰ্চ ক'ড (Morse code) হৈছে দূৰসংযোগৰ পদ্ধতি য'ত দুটা সংকেত, বিন্দু আৰু ডেচক নিৰ্দিষ্ট ক্ৰমত ৰাখি আখৰ আৰু সংখ্যাসমূহ সংকেতলৈ পৰিৱৰ্তন কৰি বাৰ্তা পঠিওৱা হয়। টেলিগ্ৰাফৰ উদ্ভাৱক ছেমুৱেল ম'ৰ্চ নামেৰেই ইয়াক ম'ৰ্চ ক'ড নাম দিয়া হৈছিল। ম'ৰ্চ ক'ডত সৰুফলা আৰু ডাঙৰফলা আখৰৰ মাজত পাৰ্থক্য নাৰাখে।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ম'ৰ্চ ক'ড (Morse code) হৈছে দূৰসংযোগৰ পদ্ধতি য'ত দুটা সংকেত, বিন্দু আৰু ডেচক নিৰ্দিষ্ট ক্ৰমত ৰাখি আখৰ আৰু সংখ্যাসমূহ সংকেতলৈ পৰিৱৰ্তন কৰি বাৰ্তা পঠিওৱা হয়।১২ টেলিগ্ৰাফৰ উদ্ভাৱক ছেমুৱেল ম'ৰ্চ নামেৰেই ইয়াক ম'ৰ্চ ক'ড নাম দিয়া হৈছিল। ম'ৰ্চ ক'ডত সৰুফলা আৰু ডাঙৰফলা আখৰৰ মাজত পাৰ্থক্য নাৰাখে।

তথ্যসূত্ৰ

  1. ↑ F. S. Beechey, Electro-Telegraphy, London: E. & F. N. Spon, 1876, p. 71
  2. ↑ F. J. Camm, Radio Engineer's Pocket Book, 2nd ed., Chemical Publishing Co., 1941, p. 72

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'ৰ্চ ক'ড” প্ৰবন্ধৰ সংশোধন ২৫০৩৭৩ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।