মেৰা বা দাউল্লাহ১ হৈছে এক প্ৰকাৰৰ শীতকালীন পিঠা যি বাংলাদেশত২৩ বিশেষকৈ চিলেট আৰু বৃহত্তৰ ময়মেনসিং৪ আৰু চুবুৰীয়া জিলাত অতি জনপ্ৰিয়।৫ ইয়াক চাউলৰ গুৰি, নিমখ, চেনি, নাৰিকল আদিৰে তৈয়াৰ কৰা হয়। কিছুমান ক্ষেত্ৰত ইয়াক গোটেই পিঠা বা ভাপ তৈয়াৰ কৰা চান্নাই বুলিও কোৱা হয়।
তথ্যসূত্ৰ
- ↑ (1580763489). দোল্লা পিঠা. Women's Corner
- ↑ (January 5, 2015). MERA PITHA – BANGLADESHI STEAMED RICE DUMPLING
- ↑ Tasnuva lslam Tithi দ্বাৰা ম্যাৰা পিঠা ৰেসিপি. কুকপ্যাড
- ↑ কুড়মুড়ে ম্যাৰা পিঠা!. Bangla Tribune
- ↑ গৰম গৰম পিঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰা পিঠা” প্ৰবন্ধৰ সংশোধন ৩৮২৭০২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।