অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মেকুৰী মেকুৰু

মেকুৰী মেকুৰু (めくりめくる, Mekuri Mekuru) হৈছে এটা জাপানী মাংগা শৃংখলা, যাক লিখিছে আৰু চিত্ৰাঙ্কন কৰিছে তাকুৱে। এইটো কমিক‌ গাম নামৰ ৱানি বক্সৰ এটা চেইনেন মাংগা আলোচনীত ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৪ চনৰ জুন মাহলৈকে ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল।

হালনাগাদ: ১১ জুলাই ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মেকুৰী মেকুৰু (めくりめくる, Mekuri Mekuru) হৈছে এটা জাপানী মাংগা শৃংখলা, যাক লিখিছে আৰু চিত্ৰাঙ্কন কৰিছে তাকুৱে। এইটো কমিক‌ গাম নামৰ ৱানি বক্সৰ এটা চেইনেন মাংগা আলোচনীত ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৪ চনৰ জুন মাহলৈকে ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল।

প্ৰকাশনা

মেকুৰী মেকুৰু তাকুৱে লিখা আৰু চিত্ৰাঙ্কন কৰা এক মাংগা শৃংখলা। এইটো কমিক গাম আলোচনীত ২৬ মাৰ্চ, ২০১০ তাৰিখে আৰম্ভ হৈছিল আৰু ২৬ জুন, ২০১৪ তাৰিখে অন্ত পৰিছিল।১২ এই শৃংখলাটোৰ অধ্যায়সমূহ ৬খন টংকোবন খণ্ডত সংগৃহীত হৈ ২৫ অক্টোবৰ, ২০১০ তাৰিখৰ পৰা ২৫ আগষ্ট, ২০১৪ তাৰিখলৈকে প্ৰকাশিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেকুৰী মেকুৰু” প্ৰবন্ধৰ সংশোধন ৬১৬৭৬৫ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।