মুখা (Mask) হৈছে মুখত পৰিধান কৰা এক সামগ্ৰী। মুখা মূলতঃ সুৰক্ষা, ছদ্মাৱেশ, অভিনয়, আৰু মনোৰঞ্জৰ বাবে পৰিধান কৰা হয়। মুখাসমূহ প্ৰাচীন কালৰে পৰা অনুষ্ঠানিক আৰু ব্যৱহাৰিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।
অসমৰ মুখা শিল্প
মূল প্ৰবন্ধ: অসমৰ মুখা শিল্প
মূখা অসমৰ এবিধ প্ৰাচীন শিল্প৷ ইয়াৰ ব্যৱহাৰ ভাওনা, ৰাস আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখা” প্ৰবন্ধৰ সংশোধন ১১৮৭৫৮ (৮ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।