অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মাণ্ডৱী

মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ প্ৰথমা কন্যা তথা ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল।

হালনাগাদ: ১৬ জানুৱাৰী ২০২৬ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ প্ৰথমা কন্যা তথা১ ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল।২

তেওঁ দশৰথ নন্দন ভৰতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তক্ষ আৰু পুষ্কল নামে দুটি পুত্ৰ সন্তান জন্ম হয়। সীতাৰ পিছতে মাণ্ডৱী ৰঘুবংশৰ আৰু ৰজা দশৰথৰ দ্বিতীয় গৰাকী ডাঙৰ বোৱাৰী।

তথ্যসূত্ৰ

  1. ↑ Dawar, Sonalini Chaudhry. (2006). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675
  2. ↑ Prakāśa, Veda; Guptā, Praśānta. (1998). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাণ্ডৱী” প্ৰবন্ধৰ সংশোধন ৫৭০২৫২ (১৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।